বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Infobox deity
| type = সতীHindu
| name = বেহুলা বা বেউলা
| deity_of = <!-- or god_of / Alusi_of -->
| member_of =
| image =চিত্ৰ:Manasa_Mangal.jpg|200px|thumb|left|পাল (ভেল)ত মৃত পতিৰ সৈতে বেহুলাবেউলা
| alt = <!-- for alternate text of the title image per WP:ALT -->
| caption = পাল (ভেল)ত মৃত পতিৰ সৈতে বেহুলাবেউলা; (মনসা মঙ্গলমংগল)
| other_names = সতী বেউলা বা সতী বেহুলা
| Old_Norse =
17 নং শাৰী:
| planet = পৃথিৱী
| mantra = | mantra benefits =
| weapon = <!-- or | weapons = --> | battles =
| animals =
| symbol = <!-- or | symbols = -->
30 নং শাৰী:
| offspring = <!-- or | children = -->
| predecessor =
| successor
| mount =
| gender = নাৰী
38 নং শাৰী:
| equivalent2_type = শিৱ
| equivalent2 = শিৱ
| region =
| ethnic_group =
| festivals =
| nirvana =
}}
'''বেহুলাবেউলা''' বা বেউলা ([[ইংৰাজী]] : Behula) :'''বেহুলা''' প্ৰাচীন [[বাংলাবঙালী সাহিত্য]]ৰ সুবিখ্যাত [[মঙ্গলকাব্যমংগলকাব্য]] [[মনসামঙ্গলমনসামংগল]]ৰ প্রধানপ্ৰধান চৰিত্ৰ, [[শিৱ পুৰাণ]] আদিৰ [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">বেহুলাবেউলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তাৰ সতীৰ্থ ব্যৱসায়িক সাহাৰ কন্যা বেহুলাৰবেউলাৰ জন্ম হয় সমসাময়ীক কালত। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে৷কৰে। লখিন্দৰৰ পিতৃ [[চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী৷পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে৷নকৰে। ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল৷নকৰিছিল।<ref>Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
'''বেহুলা বা বেউলা ([[ইংৰাজী]] : Behula) :''' প্ৰাচীন [[বাংলা সাহিত্য]]ৰ সুবিখ্যাত [[মঙ্গলকাব্য]] [[মনসামঙ্গল]]ৰ প্রধান চৰিত্ৰ, [[শিৱ পুৰাণ]] আদিৰ [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">বেহুলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ৷সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে৷কৰে।<ref>Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তাৰ সতীৰ্থ ব্যৱসায়িক সাহাৰ কন্যা বেহুলাৰ জন্ম হয় সমসাময়ীক কালত। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে৷ লখিন্দৰৰ পিতৃ [[চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী৷ তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে৷ ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল৷<ref>Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে৷কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব৷কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়৷হয়।
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ৷<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে৷<ref>Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে৷ তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব৷ মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়৷
 
==লগতে চাওক==
Line 69 ⟶ 68:
==তথ্য সংগ্ৰহ==
[[শ্ৰেণী:বঙালী সাহিত্য]]
[[শ্ৰেণী:কাল্পনিক চৰিত্ৰ]]
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে