ভীমবৰ দেউৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
{{Infobox person
'''ভীমবৰ দেউৰী''' (১৯০৩-১৯৪৭) [[অসম]]ৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে [[কটন কলেজ]] আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক [[পূব পাকিস্তান]]ৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।<ref name="মুক্ত">{{cite web | url=http://muktosinta.org/prasanga-bhimbar-deuri/ | title=প্ৰসংগ : ভীমবৰ দেউৰী—অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰপৰা বচাওঁতাজন | publisher=মুক্ত চিন্তা | date=5 Sep 2016 | accessdate=16 May 2020 | author=কুমাৰ দেউৰী, সৌৰভ}}</ref>
| name = ভীমবৰ দেউৰী
| image =
| alt =
| caption =
| birth_name =
| birth_date = {{Birth date and age|1903|05|16}}
| birth_place = পানীদিহিং, [[শিৱসাগৰ জিলা]]
| death_date = {{Death date and age|1947|11|30|1903|05|16}}
| death_place = [[মাদ্ৰাছ|চেন্নাই]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| other_names =
| known_for =
| occupation = আইনজ্ঞ, ৰাজনীতিবিদ
}}
'''ভীমবৰ দেউৰী''' (১৯০৩-১৯৪৭) [[অসম]]ৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে [[কটন কলেজ]] আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক [[পূব পাকিস্তান]]ৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।<ref name="মুক্ত">{{cite web | url=http://muktosinta.org/prasanga-bhimbar-deuri/ | title=প্ৰসংগ : ভীমবৰ দেউৰী—অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰপৰা বচাওঁতাজন | publisher=মুক্ত চিন্তা | date=5 Sep 2016 | accessdate=16 May 2020 | author=কুমাৰ দেউৰী, সৌৰভ}}</ref> মাত্ৰ ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীক "জননেতা" বুলি অভিহিত কৰা হয়।
==জন্ম আৰু শিক্ষা==
Line 11 ⟶ 26:
নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল। তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী ([[বড়ো জনগোষ্ঠী|বড়ো]], [[মিচিং জনগোষ্ঠী|মিচিং]], [[ৰাভা জনগোষ্ঠী|ৰাভা]], [[তিৱা জনগোষ্ঠী|তিৱা]], [[দেউৰী জনগোষ্ঠী|দেউৰী]], [[কাৰ্বি জনগোষ্ঠী|কাৰ্বি]], [[মৰাণ জনগোষ্ঠী|মৰাণ]], [[মটক জনগোষ্ঠী|মটক]], [[সোণোৱাল কছাৰী]] আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ চনৰ ১৭ এপ্ৰিলত [[নগাঁও]] জিলাৰ [[ৰহা]]ত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনক “[[Assam Backward plains Tribal League]]” (ইয়াক চমুকৈ Tribal league নামেৰেও জনা যায়) নামেৰে জনা যায়। অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য। যাদৱচন্দ্ৰ খাখলাৰী ইয়াৰ সভাপতি আৰু ভীমবৰ দেউৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল। এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮ খন আসনৰ ৫ খন আসন জনজাতিসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে। ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাত তেতিয়ালৈ তালিকা বৰ্হিভূত হৈ থকা দেউৰী জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহকো অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।<ref name="বৌদ্ধিক"/> ১৯৩৫ চনত "ডিব্ৰগড় ঊকীল সন্থা" স্থাপন কৰাতো তেওঁ সক্ৰিয় ভূমিকা লৈছিল।
 
১৯৩৯ চনত ট্ৰাইবেল লীগৰ বিধায়কসকলৰ অনুৰোধত আৰু প্ৰদেশ কংগ্ৰেছ দলৰ সৰ্বসন্মতি ক্ৰমে অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক অসম বিধান পৰিষদৰ সদস্য (member of legislative council) পদৰ বাবে মনোনীত কৰে । সমগ্ৰ অসমৰ জনগোষ্ঠীয় প্ৰতিনিধিৰ ৰাজনৈতিক দলেহে ৰাজ্যখনৰ উন্নতি আনিব পাৰিব বুলি ১৯৪৫ চনত তেওঁ আন জনগোষ্ঠীয় নেতাৰে মিলি শ্বিলঙৰ এক অভিবেশনত ‘আচাম ট্ৰাইবচ্ এণ্ড্ ৰেচেচ্ ফেডাৰেশ্যন’ৰ (Assam Tribes Sud Reces Federetion) জন্ম দিয়ে ৷ এই অধিৱেশনত ভাৰতৰ পৰা পৃথক কৰি এক সাৰ্বভৌম স্বাধীন অসম দেশ সৃষ্টি কৰা প্ৰস্তাৱ লোৱা হৈছিল।<ref name="বৌদ্ধিক"/> ১৯৪৬ চনত তেওঁ [[ গোপীনাথ বৰদলৈ]]ৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্য্যনিৰ্বাহকাৰ্যনিৰ্বাহ কৰিছিল। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব খোজা প্ৰস্তাৱৰ তেওঁ ঘোৰ বিৰোধিতা কৰিছিল। ৰূপনাথ ব্রহ্ম, কার্ক চন্দ্র দলে, যাদৱ চন্দ্র খাখলাৰী, খৰছিং তেৰাং আদিৰ সৈতে মিলি তেওঁ মহম্মদ আলী জিন্না, লৰ্ড ৱাভেল আদিক সাক্ষাৎ কৰি এই বিষয়ে যুক্তি প্ৰদৰ্শন কৰিছিল।
 
==বৈবাহিক জীৱন==
Line 17 ⟶ 32:
 
==মৃত্যু==
১৯৪৬ চনত [[গোপীনাথ বৰদলৈ]]ৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ থাকোতেই ভীমবৰ দেউৰী [[যক্ষ্মা]] ৰোগত আক্ৰান্ত হয়। পিছলৈ তেওঁ মন্ত্ৰীসভাৰ মন্ত্ৰীপদৰ পৰা ইস্তফা দি চিকিৎসাৰ বাবে [[মাদ্ৰাজ]]ৰ আৰোগ্যভৰম ছেনিটোৰিয়াম চিকিৎসালয়ত ভৰ্ত্তি হয়। এই চিকিৎসালয়তেই ১৯৪৭ চনৰ ৩০ নৱেম্বৰ দেওবাৰে ভীমবৰ দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
 
==ঐতিহ্য==
Line 25 ⟶ 40:
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]