টোকোৰা চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
 
==বাসস্থান==
টোকোৰা চৰাইৰ বাহ ওলোটাই থোৱা কলহৰ নিচিনা দেখিবলৈ। বাহ বানোৱাৰ বাবে টোকোৰা চৰাই খুব পৰিশ্রম কৰে। ঠোঁটেৰে ঘাঁহ বনৰ আস্তৰণ গুচাই খুব যত্নৰে পেটেৰে ঘঁহি (পালিচ কৰি) গোল অবয়ব মসৃণ কৰে। আৰম্ভণিত দুটি নিম্নমুখী ফুটা থাকে। পিছত এটা ফালে বন্ধ কৰি দিয়ে কণী ৰখাৰ স্থানৰ বাবে ।বাবে। আনফালেদি দীঘল এটা প্রবেশ আৰু প্রস্থান পথ সাজে ।সাজে। কথিত আছে নিশা বাহত আলোৰ বাবে টোকোৰা চৰাই জোনাকী পৰুৱা ধৰি আনি বাহত গুজি ৰাখে।
 
বাংলাদেশত বাংলা ও দাগি টোকোৰা চৰাইৰ প্রজাতি বিলুপ্তিৰ পথত, অৱশ্যে দেশী টোকোৰা চৰাই এতিয়াও দেশৰ প্ৰায় সকলো গাঁৱত তাল, তামোল, নাৰিকল, খেজুৰ, ৰেইনট্রি গাছত দল বান্ধি বাহ বনায় ।বনায়। ইহঁত সাধাৰণত মানুহৰ ওচৰাউচৰি বসবাস কৰে ।কৰে। বহু অসচেতন মানুহ ইহঁতৰ বাহ ভাঙি পেলায় আৰু এই কাৰণতেই ইহঁতৰ সংখ্যা ৰহস্যজনকভাবেৰহস্যজনকভাৱে কমি গৈছে ।গৈছে।<ref>{{cite web | url=http://archive.prothom-alo.com/detail/date/2010-07-22/news/9290 | title=পদ্মারপদ্মাৰ চরেচৰে বিরলবিৰল ‘বাংলা বাবুই’ পাখিরপাখিৰ বাসা | publisher=প্ৰথম আলো | date=02-10-2009 | accessdate=16 May 2020 | author=মাহমুদ, সৌৰভ | pages=৭}}</ref>
টোকোৰা চৰাইৰ বাহ ওলোটাই থোৱা কলহৰ নিচিনা দেখিবলৈ। বাহ বানোৱাৰ বাবে টোকোৰা চৰাই খুব পৰিশ্রম কৰে। ঠোঁটেৰে ঘাঁহ বনৰ আস্তৰণ গুচাই খুব যত্নৰে পেটেৰে ঘঁহি (পালিচ কৰি) গোল অবয়ব মসৃণ কৰে। আৰম্ভণিত দুটি নিম্নমুখী ফুটা থাকে। পিছত এটা ফালে বন্ধ কৰি দিয়ে কণী ৰখাৰ স্থানৰ বাবে । আনফালেদি দীঘল এটা প্রবেশ আৰু প্রস্থান পথ সাজে । কথিত আছে নিশা বাহত আলোৰ বাবে টোকোৰা চৰাই জোনাকী পৰুৱা ধৰি আনি বাহত গুজি ৰাখে।
বাংলাদেশত বাংলা ও দাগি টোকোৰা চৰাইৰ প্রজাতি বিলুপ্তিৰ পথত, অৱশ্যে দেশী টোকোৰা চৰাই এতিয়াও দেশৰ প্ৰায় সকলো গাঁৱত তাল, তামোল, নাৰিকল, খেজুৰ, ৰেইনট্রি গাছত দল বান্ধি বাহ বনায় । ইহঁত সাধাৰণত মানুহৰ ওচৰাউচৰি বসবাস কৰে । বহু অসচেতন মানুহ ইহঁতৰ বাহ ভাঙি পেলায় আৰু এই কাৰণতেই ইহঁতৰ সংখ্যা ৰহস্যজনকভাবে কমি গৈছে ।<ref>{{cite web | url=http://archive.prothom-alo.com/detail/date/2010-07-22/news/9290 | title=পদ্মার চরে বিরল ‘বাংলা বাবুই’ পাখির বাসা | publisher=প্ৰথম আলো | date=02-10-2009 | accessdate=16 May 2020 | author=মাহমুদ, সৌৰভ | pages=৭}}</ref>
 
==টোকোৰা চৰাইৰ বাহ নিৰ্মাণ==