টোকোৰা চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

.
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Speciesbox
| name = টোকোৰা চৰাই
| status = LC
| status_system = IUCN3.1
| status_ref = <ref>{{cite iucn|url=https://www.iucnredlist.org/details/22719005/0 |title=''Ploceus philippinus'' |author=BirdLife International |author-link=BirdLife International |year=2012 |access-date=26 November 2013|ref=harv}}</ref>
| image =Baya weaver (Ploceus philippinus) Male ♂ Photograph by Shantanu Kuveskar.jpg
| image2= Baya weaver (Ploceus philippinus) female ♀ Photograph by Shantanu Kuveskar.jpg
| image2_caption = মতা আৰু মাইকী টোকোৰা চৰাই
| genus = Ploceus
| species = philippinus
| authority = ([[Carl Linnaeus|Linnaeus]], [[12th edition of Systema Naturae|1766]])
| range_map = Baya Weaver.jpg
| range_map_caption = {{legend0|#C6514A|approximate distribution|outline=gray}}
| synonyms = ''Loxia philippina'' {{small|Linnaeus,&nbsp;1766}}
}}
'''টোকোৰা চৰাই''' অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বিশ্বত টোকোৰাৰ মুঠতে সত্তৰটামান প্ৰজাতি আছে। এই প্ৰজাতিবিলাক এচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। টোকোৰাই জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান বাসস্থান। আন চৰায়ে সাধাৰণতে গোপন ঠাইত বাহ সাজে। টোকোৰা চৰাই ইয়াৰ ব্যতিক্ৰম। মানুহৰ চলাচল য'ত থাকে, সিহঁতে তাতেই বাহ সাজে সকলোৱে দেখাকৈ। কোনো চৰায়ে টোকোৰা চৰাইৰ দৰে নিখুঁত বাহ সাজিব নোৱাৰে।
এওঁলোক "তাঁতী চৰাই" (Weaver Bird) নামেও পৰিচিত। এই চৰাইবিধৰ বাহৰ গঠন বেছ জটিল আৰু আকৃতি খুবেই সুন্দৰ। কেইবা প্রজাতিৰ টোকোৰা চৰাই একাধিক কক্ষবিশিষ্ট বাহ তৈৰি কৰিবলৈ পায়।<ref>{{cite web | url=http://www.britannica.com/EBchecked/topic/638416/weaver | title=weaver | publisher=Encyclopaedia Britannica | date=2009-04-10 | accessdate=16 May 2020}}</ref> এইবিধ মূলত বীজভোজী চৰাই, সেয়ে ইহঁতৰ ঠোঁটৰ আকৃতি বীজ ভক্ষণৰ উপযোগী; জোঙাকাৰ আৰু গুৰিত শকত। অধিকাংশ টোকোৰা প্রজাতিৰ আবাস সাব-সাহাৰান আফ্রিকাত, অৱশ্যে কেইটামান প্রজাতি এচিয়াত স্থায়ী। কেইটামান প্রজাতিক বিভিন্ন দেশত অবমুক্ত কৰা হৈছে ।<ref name="চিএ">{{cite book | title=[[Handbook of the Birds of the World]] | publisher=Lynx Edicions | author=Craig, Adrian | authorlink=Family Ploceidae (Weavers) | year=2010 | location=Barcelona | pages=74-197}}</ref> টোকোৰা চৰাইটো দীঘলে ছয় ইঞ্চিমান। মতা-মাইকী প্ৰায় দেখাত একে | ইহঁত বেছ দলবদ্ধ প্রাণী আৰু কলোনি কৰি জীবন যাপন কৰাত অভ্যস্ত। বেছিভাগ টোকোৰা প্রজাতিৰ পুৰুষ সদস্য খুব উজ্জ্বল ৰঙৰ হয়। কিছু প্রজাতি প্রজনন কালত বর্ণৰ ভিন্নতা প্রদর্শন কৰে । বাংলাদেশত তিনি ধৰণৰ টোকোৰা চৰাই দেখা যায়: দেশী টোকোৰা (Ploceus philippinus), দাগি টোকোৰা (Ploceus manyar) ও বাংলা টোকোৰা (Ploceus benghalensis)।