টোকোৰা চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
28 নং শাৰী:
বাহ সজাত মতা-মাইকী চৰাইহাল মিস্ত্ৰি-যোগালিৰ দৰে। মতাটোৱে পাতৰ চোঁচ, ঘাঁহ-বন আনি বাহটোতে গোজ মাৰি থৈ যায় আৰু মাইকীজনীয়ে এডাল-এডালকৈ নি বাহটো গুঠে। টোকোৰা চৰায়ে একে ঠাইতে বা একেডাল গছতে ওচৰা-উচৰিকৈ বাহ সাজে। বাহটোৱে প্ৰতি একোজনী মাইকী টোকোৰা চৰাই। দুই-এটা মতা টোকোৰা বাহ বনোৱাত ইমানেই পাকৈত যে সিহঁতে দুই-তিনিটা বাহ কম সময়তে তৈয়াৰ কৰি ল'ব পাৰে। এনে কৰ্মী মতা টোকোৰাৰ দুই-তিনিজনী পৰ্যন্ত ঘৈণীয়েক থাকিব পাৰে। এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত টোকোৰাই কণী পাৰে। অৱশ্যে বাৰিষাৰ সময়ছোৱাতে সিহঁতে বেছিকৈ কণী পাৰে। কণীৰ সংখ্যা দুটাৰ পৰা চাৰিটা। কণীৰ আকৃতি দীঘলীয়া, এফালে সামান্য সৰু। টোকোৰা চৰাইৰ কণীৰ ৰং বগা।<ref>{{cite book | title=চৰাই চিনো আহক | publisher=অসম প্ৰকাশন পৰিষদ | author=চলিহা, ডিম্বেশ্বৰ | authorlink=টোকোৰা চৰাই | location=যোৰহাট}}</ref>
 
==চিত্ৰ বিঠিকা==
<gallery mode="packed">
File:Weaver nests, in village Behlolpur, Punjab ,India.JPG|তাল গছত টোকোৰা চৰাইৰ বাহ
File:Group of nest of Baya Weaver on the water-edge.jpg|ওলমি থকা বাহ
File:Baya weaver at nest I IMG 5101.jpg|অৰ্ধনিৰ্মিত বাহৰ সৈতে মতা টোকোৰা চৰাই
File:Nests in Palmyra Palm tree.jpg|টোকোৰা চৰাইৰ বাহ
File:Baya Weaver I IMG 8234.jpg|পোৱালিক খুৱাই থকা অৱস্থাত মাইকী টোকোৰা চৰাই
</gallery>
==তথ্য সংগ্ৰহ==
{{ৰেফলিষ্ট}}