"লাচিত বৰফুকন"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত)
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “[[লাচিত মৈদাম]]” নিৰ্মাণ কৰে।
 
== লাচিত-দিৱস (বান-লা-চিত (লাচিত-দিৱস) ==
প্ৰতিবছৰে ২৪ [[নৱেম্বৰ]]ৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু [[শৰাইঘাটৰ যুদ্ধ]]ত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (বান-লা-চিত (লাচিত-দিৱস) ({{lang-en|Lachit Day}}) হিচাপে পালন কৰা হয়<ref>http://www.hvk.org/articles/0801/92.html</ref>।
 
== আৰু চাওক ==