শহাপহু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
==শৰীৰৰ গঠন==
 
সকলো শহাৰ মূৰৰ দুয়ো ফালে দুটা ডাঙৰ [[চকু]] থাকে ৷[[কাণ]] দুখন দীঘল হ্য়হয় আৰু অহৰহ লৰাই থাকে যাৰ সহায়ত ইহতেইহঁতে সূক্ষ্ম শব্দও ধৰিব পাৰে ৷ইহঁতৰ ঘ্ৰাণ শক্তিও তীব্ৰ ৷আন এন্দুৰ জাতীয় প্ৰাণীৰ দৰে শহাৰ ওপৰৰ ওঁঠটোৰ মাজভাগত ফলা আৰু এযোৰ আগদাঁত দীঘল হৈ আহে ৷কিন্তু শহাৰ দীঘল আগদাঁত যোৰৰ পিছফালে আৰু এযোৰ অতিৰিক্ত দাঁত থাকে যিটো আন এন্দুৰ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত দেখা নাযায় ৷ শহাৰ নেজডাল কোমল আৰু নোমাল ৷ শৰীৰটো ভিন্নৰঙী হয় ৷<ref>A Textbook of Animal Husbandry, G.C. Benerjee, 8th edition</ref>
 
==ভাৰতীয় শহা==
"https://as.wikipedia.org/wiki/শহাপহু"ৰ পৰা অনা হৈছে