জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
88 নং শাৰী:
জম্মু আৰু কাশ্মীৰ বহুবোৰ উপত্যকা থকা এখন প্ৰদেশ, ইয়াৰ মূখ্য উপত্যকাসমূহ হৈছে, কাশ্মীৰ উপত্যকা, তাৱী উপত্যকা, চেনাব উপত্যকা, পুঞ্চ উপত্যকা আৰু চিন্দ উপত্যকা। প্ৰধান উপত্যকা কাশ্মীৰ {{convert|100|km|mi|abbr=on}} বহল আৰু ইয়াৰ মাটিকালি {{convert|15520.3|km2|sqmi|abbr=on}}। হিমালয় পৰ্বতে কাশ্মীৰ উপত্যকাক লাডাখৰ পৰা পৃথক কৰি ৰাখিছে, আনহাতেদি পিৰ-পানজল পৰ্বতমালাই কাশ্মীৰ উপত্যকাক উত্তৰ ভাৰতৰ বিশাল সমতলভূমিৰ পৰা পৃথক কৰিছে। হিমালয়ৰ মূল পৰ্বতমালা কাশ্মীৰ উপত্যকাৰ উত্তৰ-পূৱ অংশজুৰি বিস্তৃত। ঘন জনবসতিপূৰ্ণ আৰু সুন্দৰ কাশ্মীৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা {{convert|1850|m|ft}} উচ্চতাত অৱস্থিত, পিৰ-পানজল পৰ্বতমালাৰ গড় উচ্চতা {{convert|5000|m|ft}}।
 
সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বিবিধতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ জৈৱ-ভূগোল বৈচিত্ৰতাৰে পৰিপূৰ্ণ। উত্তৰ-পশ্ছিমীয়পশ্চিমীয় কাঁইটীয়া বনভূমি, হিমালয়ান উপ-ক্ৰান্তীয় পাইন বন কম উচ্চতাৰ দক্ষিণ-পশ্ছিম অঞ্চলৰ দূৰ প্ৰান্তত দেখিবলৈ পোৱা যায়। পশ্ছিম হিমালয়ান বহলপাতৰ বনৰ এক বিশাল বনাঞ্চল কাশ্মীৰ উপত্যকাৰ উত্তৰ-পশ্ছিম অঞ্চলৰ পৰা দক্ষিণ-পূৱ অঞ্চললৈকে দেখিবলৈ পোৱা যায়। সমতল ভূমিৰ পৰা পৰ্বতৰ দিশত গ’লে, পশ্ছিমপশ্চিম হিমালয়ান চাব-এল্পাইন ক’নিফাৰ বন দেখিবলৈ পোৱা যায়, বৃক্ষৰ বনাঞ্চলৰ উচ্চ অঞ্চলত উত্তৰ-পশ্ছিমপশ্চিম হিমালয়ান এলপাইন গুল্ম আৰু তৃণভূমি দেখিবলৈ পোৱা যায়, উত্তৰ পূৱৰ অধিকাংশ কাৰাকোৰাম-পশ্ছিমপশ্চিম তিব্বতীয় মালভূমীয় এলপাইন বন দেখিবলৈ পোৱা যায়। একেবাৰে উচ্চ অঞ্চলত সাধাৰণতে কোনোধৰনৰ বনাঞ্চল দেখিবলৈপোৱা নায়ায়, এই অঞ্চলসমূহ শিলা আৰু বৰফেৰে ঢাক খাই থাকে।
 
{| border="1" cellpadding="4" cellspacing="0" style="margin: 10px 0 10px 25px; background: #f9f9f9; border: 1px #AAA solid; border-collapse: collapse; font-size: 95%; float: center;"
113 নং শাৰী:
হিমালয়ৰ পৰা কাশ্মীৰ উপত্যকাৰ মাজেৰে বৈ অহা ঝেলাম একমাত্ৰ ডাঙৰ নদী। সিন্ধু, তাৱী, ৰৱী আৰু চেনাব ৰাজ্যখনৰ মাজেৰে বৈ যোৱা প্ৰধান নদী। ৰাজ্যখনত কেইবাটাও হিমবাহ দেখিবলৈ পোৱা যায়। সাগৰপৃষ্ঠৰ পৰা ৫,৭৫৩ মিটাৰ (১৮,৮৭৫ ফুট) গড় উচ্চতাৰ ৭৬ কি.মি. (৪৭ মাইল) দৈৰ্ঘৰ [[চিয়াচীন হিমবাহ]] হিমালয়ৰ সকলোককৈ অধিক দৈৰ্ঘৰ হিমবাহ।
 
প্ৰদেশখনত ভিন্ন ধৰনৰ জলবায়ু দেখিবলৈপোৱাদেখিবলৈ পোৱা যায়, দক্ষিণৰ ফালে জম্মুৰ উপকন্ঠ অঞ্চলত সাধাৰনতেসাধাৰণতে পৰম্পৰাগত মৌচুমী জলবায়ু দেখা যায়। জানুৱাৰী-মাৰ্চ মাহত প্ৰায় ৪০ৰ পৰা ৫০ মি.মি. (১.৬ৰ পৰা ২ ইঞ্চি) বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্মকালত জম্মু নগৰত উষ্ণতা যথেষ্ঠবেছিযথেষ্ট বেছি হয়, ই সৰ্বাধিক ৪০ °ছে (১০৪ °ফা) পৰ্যন্ত স্পৰ্শ কৰে। জুলাই-আগষ্ট মাহত ৬৫০মি.মি.(২৫.৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়। চেপ্তেম্বৰ মাহত বৰষুণৰ পৰিমান হ্ৰাস পায়, আৰু অক্টোবৰলৈকে জলবায়ু বৃস্তিহীনবৃষ্টিহীন,গৰম আৰু শুকান হৈ পৰে এইসময়ত উষ্ণতা প্ৰায় ২৯ °ছে (৮৪ °ফা)ৰ আশে পাশে থাকে ।
 
পিৰ -পানজল অঞ্চলত দক্ষিণ এচীয় মৌচুমীৰ প্ৰভাৱ কম, দক্ষিণ-পশ্ছিমপশ্চিম দিশৰ পৰা অহা ডাৱৰৰ বাবে ইয়াত বসন্ত কালত বৰষুণ হয়। আৰৱ সাগৰৰ ওচৰত হোৱাৰ বাবে এই ডাৱৰৰ বাবে ৬৩৫ মিলিমিটাৰ (২৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হয়, মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত প্ৰতিমাহে সৰ্বাধিক ৮৫ মিলিমিটাৰ (৩.৩ ইঞ্চি) বৰষুণ হয়। মূখ্য হিমালয়ান অঞ্চলত দক্ষিণ-পশ্ছিমৰপশ্চিমৰ আৰৱ সাগৰৰ পৰা অহা এই বতাহৰ প্ৰভাৱো একেবাৰেই কম, সেয়ে লাডাখ আৰু ঝংস্কাৰ অঞ্চল খুবেই শুকান আৰু চেঁচা। ইয়াত বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ১০০ মি.মি. (৪ ইঞ্চি), জলবায়ুৰ আদ্ৰতাও এই অঞ্চলত একেবাৰে কম, সাগৰ পৃষ্ঠৰ পৰা ৩,০০০ মিটাৰ (৯,৭৫০ ফুট) উচ্চতাৰ এই অঞ্চলসমূহত জানুৱাৰী মাহত গড় তাপমাত্ৰা −২০°ছে (−৪°ফা), সৰ্বনিম্ন তাপমাত্ৰা −৪০°ছে (−১০৪°ফা)লৈকে নামে। সকলোবোৰ নদীৰ পানী এই সময়ত গোট মাৰি যায়, গ্ৰীষ্ম কালত লাডাখ আৰু ঝংস্কাৰৰ তাপমাত্ৰা প্ৰায় ২০°ছে (৬৮°ফা)ৰ আশে পাশে থাকে, অৱশ্যে কম আদ্ৰতা আৰু পাতল বতাহৰ বাবে ৰাতিবোৰৰ তাপমাত্ৰা যথেষ্ঠকমযথেষ্ট কম হয়।
 
<gallery widths="150px" heights="150px" perrow="4">
131 নং শাৰী:
File:Srinagar- Yatra- Hindu holy cave.JPG|শ্ৰীনগৰ-যাত্ৰা-পবিত্ৰ হিন্দু গুহা
</gallery>
 
==তথ্যসূত্ৰ==
{{Reflist}}