দল-হৰিণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
এসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷<ref>Choudhury, A. U. (1997) ''Checklist of the mammals of Assam''. Revised 2nd edition. Gibbon Books & Assam Science Technology & Environment Council, Guwahati, India. 103pp. ISBN 81-900866-O-X</ref> অসমৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]] আৰু [[মানাহ ৰাষ্ট্ৰীয় উদ্যান]] এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷<ref>Choudhury, A.U.(2004). ''Kaziranga: Wildlife in Assam''. Rupa & Co., New Delhi.</ref><ref>Choudhury, A. U. (1987). ''Railway threat to Kaziranga''. 'Oryx' 21: 160–163.</ref><ref>Choudhury, A. U. (1986). ''Manas Sanctuary threatened by extraneous factors.'' The Sentinel 16 February.</ref>অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷<ref>Choudhury, A. U. (2003). ''The mammals of Arunachal Pradesh''. Regency Publications, New Delhi. 140pp.</ref>
 
দল-হৰিণাই প্ৰধানত:প্ৰধানতঃ নৈ বা জলাহ অঞ্চলৰ কাষৰ ওখ ঘাঁহনিত চৰিবলৈ ভাল পায়৷
 
== আচৰণ==
"https://as.wikipedia.org/wiki/দল-হৰিণা"ৰ পৰা অনা হৈছে