আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
4 নং শাৰী:
<br>
[[File:Allah3.svg|thumb|right|The word 'Allah' in [[Islamic calligraphy|Arabic calligraphy]]]]
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তা|সৃষ্টিকৰ্তাক]] 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম|ইছলামৰ]] মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা [[তাওহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। এইটো পাঠৰ মাধ্যমত মানুহে স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ প্ৰেৰিত বাণীবাহক। [[সূৰা ইখলাস|ছুৰা ইখলাছতইখলাছ]] আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
# "কওঁক, তেওঁ আল্লাহ, এক, একক
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে