"মহেঞ্জোদাৰো"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পাদনা সাৰংশ নাই
| Link = https://whc.unesco.org/en/list/138/
}}
'''মহেঞ্জো-দাৰো''' বা মহেঞ্জোদাৰো ({{IPAc-en|m|oʊ|ˌ|h|ɛ|n|dʒ|oʊ|_|ˈ|d|ɑː|r|oʊ}}; {{lang-ur|{{nq|موئن جو دڑو}}}},) হৈছে [[পাকিস্তান]]ৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা।<ref name=EB>[https://www.britannica.com/place/Mohenjo-daro Mohenjo-Daro (archaeological site, Pakistan) on Encyclopedia Britannica website] Retrieved 25 November 2019</ref><ref name="Name">{{cite book|author=Gregory L. Possehl|title=The Indus Civilization: A Contemporary Perspective|date=11 November 2002|publisher=Rowman Altamira|page=80|isbn=978-0-7591-1642-9}}</ref> ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড [[সিন্ধু সভ্যতা]]ৰ এক বৃহত্তম ক্ষেত্ৰ আৰু [[প্ৰাচীন ইজিপ্ট]], [[মেচ'পটেমিয়া]] আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম। সিন্ধু সভ্যতাৰ পতনৰ পিছত ১৯শ খ্ৰীষ্টপূৰ্বত এই ঠাইখণ্ড পৰিত্যক্ত হৈ পৰে আৰু ১৯২০ চনলৈকে অনাৱিষ্কৃত হৈ পৰি থাকে। পৰৱৰ্তী কালত এই ঠাইত উল্লেখনীয়ভাৱে খননকাৰ্য চলোৱা হয় আৰু ১৯৮০ চনত ইয়াক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।<ref name="mohenjodaro.net">{{cite web|url=http://www.mohenjodaro.net/mohenjodaroessay.html|title=Mohenjo-Daro: An Ancient Indus Valley Metropolis }}</ref> এই স্থান বৰ্তমান ভূমিস্খলন আৰু অনুপযুক্ত মেৰামতিৰ কাৰণে সংকটাপন্ন অৱস্থাত আছে।<ref name=BBCLostMaybe>[https://www.bbc.co.uk/news/magazine-18491900 "Mohenjo Daro: Could this ancient city be lost forever?"]. BBC. 27 June 2012. Retrieved 27 October 2012.</ref>
 
==ইতিহাস==
5,130

টা সম্পাদনা