আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি, ব্যাকৰণ শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎আল্লাহৰ কিছু বৈশিষ্ট্য:: যতি চিহ্ন বহুওৱা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
110 নং শাৰী:
 
==আল্লাহৰ কিছু বৈশিষ্ট্য:==
*১. আল্লাহৰ কোনো অংশীদাৰ নাই, কোন সমকক্ষ নাই আৰু কোন প্ৰতিদ্বন্দ্বী নাইনাই৷
*২. আল্লাহৰ কোনো পিতা, মা, পুত্ৰ বা স্ত্ৰী নাইনাই৷
*৩. কাৰোবাক বা কিবা এটি মধ্যৱৰ্তী অবিহনে প্ৰত্যক্ষ ভাৱেপ্ৰত্যক্ষভাৱে আল্লাহৰ উপাসনা কৰিব পাৰি পাৰি৷
*৪. আল্লাহৰ বাবে কাৰো উপাসনাৰ প্ৰয়োজন নাইনাই৷
*৫. আল্লাহে কাৰো জৱাবদিহি নহয়নহয়৷
*৬. আল্লাহ কোন ব্যক্তি বা বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয়., আনহাতে সকলো ব্যক্তি আৰু সকলো সৃষ্টিৰাজি আল্লাহৰ ওপৰত নিৰ্ভৰশীলনিৰ্ভৰশীল৷
*৭. আল্লাহ কাৰোবাৰ সহায়তা অবিহনে সকলোবোৰ সৃষ্টি কৰিব পাৰেপাৰে৷
*৮. আল্লাহৰ উৰ্দ্ধত বা আল্লাহৰ সম্য আন একো নাই নাই৷
*৯. বিদ্যমান এনে একোৱেই নাই যি সম্পূৰ্ণৰূপে আল্লাহৰ পৰাধীন নহয়নহয়৷
*১০. কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে যিটো আল্লাহে প্ৰদান কৰে, আৰু কোনেও প্ৰদান কৰিব নোৱাৰে যিটো আল্লাহে প্ৰতিৰোধ কৰেকৰে৷
*১১. একমাত্ৰ আল্লাহেই কাৰোকাৰোবাৰ উপকাৰ বা ক্ষতি কৰিব পাৰে, এই ক্ষমতা আন কাৰো নাই।
 
==আল্লাহৰ 99 নাম==
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে