ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
33 নং শাৰী:
| signature =
| signature_alt =
| website = [http: //dimbeswarneog.com/ www.dimbeswarneog.com]
}}
'''ডিম্বেশ্বৰ নেওগ''' ({{lang-en|Dimbeswar Neog}}) (১৮৯৯ -১৯৬৬) [[অসম|অসমৰ]] এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল<ref name="“' ডিম্বেশ্বৰ নেওগ"নেওগ“' /><ref name="bipuljyoti"“' bipuljyoti“' >{{cite web | url=http: //www.bipuljyoti.in/authors/dimbeswar.html | title=Scholar Par Excellence: Dembeswear Neog | accessdate=December 19, 2012 | author=Pranavsvarup Neog}}</ref> মূলতঃ [[অসমীয়া ভাষা|অসমীয়া]] ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে [[ইংৰাজী ভাষা]]তো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।গৈছে৷ ১৯৬৪ চনৰ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল।হৈছিল৷ তেখেতক [[অসমীয়া সাহিত্য]]ত '''ইন্দ্ৰধেনুৰ কবি''' বুলিও জনা যায়<ref name="poemhunter"“' poemhunter“' >{{cite web | url=http: //www.poemhunter.com/dimbeswar-neog/biography/ | title=Biography of Dimbeswar Neog | publisher=poemhunter.com website | accessdate=December 19, 2012}}</ref>
 
== জন্ম==
ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ জিলা]]ৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।হৈছিল৷ <ref name="“' ডিম্বেশ্বৰ নেওগ"নেওগ“' >{{cite web | url=http: //dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works | title=His Life and Works | publisher=ডিম্বেশ্বৰ নেওগ স্মৃতি ন্যাস | accessdate=২০১২-১২-১৯ | author=[[ভৱানন্দ ডেকা]]}}</ref> তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ<ref name="poemhunter"“' poemhunter“' />
 
==শিক্ষা আৰু কৰ্ম জীৱন==
নেওগ এজন মেধাৱী ছাত্ৰ আছিল।আছিল৷ সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়।হয়৷ শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে{{cn}} ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়।হয়৷ ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।হয়৷ ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে<ref name="bipuljyoti"“' bipuljyoti“' /> তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে।কৰে৷ ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে।কৰে৷ তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে।কৰে৷ চাকৰিৰ মাজতেই তেখেতে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে।কৰে৷ অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।কৰে৷
 
==বিবাহ, পৰিয়াল==
ডিম্বেশ্বৰ নেওগৰ [[বিবাহ]] সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক [[বেণুধৰ ৰাজখোৱা]]ৰ জীয়েক [[আজলীতৰা ৰাজখোৱা]]ৰ লগত সম্পন্ন হয়<ref name="poemhunter"“' poemhunter“' /> ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল<ref name="poemhunter"“' poemhunter“' />
 
== মৃত্যু ==
দীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভোগাৰ পাছত [[অসম চিকিৎসা মহাবিদ্যালয়]]ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়<ref name="“' ডিম্বেশ্বৰ নেওগ"নেওগ“' /><ref name="poemhunter"“' poemhunter“' />
 
== সাহিত্য জগতত তেখেতৰ অৱদান ==
[[File: Dimbeswar Neog presiding Asam Sahitya Sabha Session.jpg|thumb|ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভা অধিবেশনত ভাষণ প্ৰদান কৰা অৱস্থাত তোলা এখন চিত্ৰ]]
নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল।আছিল৷ সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি<ref>[http: //www.asamsahityasabha.com/index.php? option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।২০১২৷ </ref>, প্ৰধান সম্পাদক আৰু [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল।গৈছিল৷ সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল।কৰিছিল৷ [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল<ref name="“' ডিম্বেশ্বৰ নেওগ"নেওগ“' />: -
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
69 নং শাৰী:
(৮) অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
 
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদিআদি৷
 
ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল।আগবঢ়াইছিল৷ তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি।ইত্যাদি৷ তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।ইত্যাদি৷
 
== অনান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় ।অতুলনীয়৷ [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন? ”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল।আগবঢ়াইছিল৷ ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল<ref name="“' ডিম্বেশ্বৰ নেওগ"নেওগ“' />
<blockquote>“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ত্ব অন্ধ লুইতৰ দৰে।দৰে৷ স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।অপ্ৰতিবন্ধ৷ </blockquote>”
 
 
83 নং শাৰী:
 
==বাহ্যিক সংযোগ==
* [http: //dimbeswarneog.com/ ডিম্বেশ্বৰ নেওগৰ ৱেবছাইট]
* [http: //assameseonline.com/Content.php? recordID=%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE%20%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BF%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF,%20%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%AE অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ], আমি অসমীয়া ৱেবছাইট।ৱেবছাইট৷
* [http: //www.xophura.org/tag/dimbeswar-neog ডিম্বেশ্বৰ নেওগৰ ৰচিত কবিতা], সফুঁৰা ৱেবছাইটত।ৱেবছাইটত৷
* [http: //openlibrary.org/authors/OL6018A/Dimbeswar_Neog গ্ৰন্থ আৰু চমু জীৱ্নী], অপেন লাইব্ৰেৰী ডট অৰ্গত।অৰ্গত৷
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী: অসমীয়া কবি]]
[[শ্ৰেণী: অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী: অসমৰ ব্যক্তি]]
[[শ্ৰেণী: অসম সাহিত্য সভাৰ সভাপতি]]