ঢাকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Infobox settlement
|official_name = ঢাকা
|other_name = ঢাক্কা
|native_name = Dhaka
|native_lang_name = en
|nickname = মছজিদৰ চহৰ, বিশ্বৰ ৰিক্সাৰিস্কা ৰাজধানী
|settlement_type = ৰাজধানী
|motto =
|image_skyline = Dhaka Bd.jpg
|imagesize = 290px
|image_caption = শীৰ্ষৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: কাওৰান বজাৰ, মতিঝিল, মিন্টুমিণ্টু ৰ'ড, খান মহম্মদ মিৰ্ধাৰ মছজিদ, ৰোজ গাৰ্ডেন, জাতীয় সংসদ ভৱন
|map_caption = [[বাংলাদেশ|বাংলাদেশত]] ঢাকাৰ অৱস্থান
|image_flag =
|flag_size =
|image_seal =
|seal_size =
|image_shield =
|shield_size =
|image_blank_emblem =
|blank_emblem_type =
|blank_emblem_size =
|image_map = Dhaka locator map.svg
|mapsize =
|map_caption =
|image_map1 =
|mapsize1 =
|map_caption1 =
|image_dot_map =
|dot_mapsize =
|dot_map_caption =
|dot_x = |dot_y =
|pushpin_map =
|pushpin_label_position = center
|pushpin_map_caption = ঢাকাৰ অৱস্থান, বাংলাদেশ
|pushpin_mapsize =280
|coordinates_display = inline,title
|coordinates_region = বিডি-১৩
|subdivision_type = দেশ
|subdivision_name = {{Flagicon|Bangladesh}} [[বাংলাদেশ]]
|subdivision_type1 = জিলা
|subdivision_name1 = ঢাকা জিলা
<! ' -- Politics ----------------->
|government_footnotes =
|government_type = দ্বিখণ্ডিত চিটি কৰ্পোৰেচন
|governing_body = ঢাকা উত্তৰ চিটি কৰ্পোৰেচন <br />ঢাকা দক্ষিণ চিটি কৰ্পোৰেচন
|leader_title =মহানাগৰিক
|leader_name = আতিকুল ইছলাম (উত্তৰ)<br />চাঈদ খোকন (দক্ষিণ)
|leader_title1 =
|leader_name1 =
|leader_title2 =
|leader_name2 =
|leader_title3 =
|leader_name3 =
|leader_title4 =
|leader_name4 =
|established_title = প্ৰতিষ্ঠাকাল
|established_date = ১৬০৮ খ্ৰীষ্টাব্দ
|established_title2 = চহৰৰ মৰ্যদামৰ্যাদা প্ৰদান
|established_date2 = ১৯৪৭
|established_title3 = <! ' -- Incorporated (city) -->
|established_date3 =
<! ' -- Area --------------------->
|area_magnitude =
|unit_pref =Metric <! ' -- Enter: Metric, if Metric (imperial) is desired -->
|area_footnotes =
|area_total_km2 = 302.4
|area_total_sq_mi =
|area_land_km2 =
|area_water_km2 =
|area_total_sq_mi =
|area_land_sq_mi =
|area_water_sq_mi =
|area_water_percent =
|area_urban_km2 =
|area_urban_sq_mi =
|area_metro_km2 =
|area_metro_sq_mi =
|area_blank1_title =
|area_blank1_km2 =
|area_blank1_sq_mi =
|population_as_of =২০১৩|population_footnotes =<ref>{{cite web|url=http: //www.forbes.com/pictures/edgl45fdlj/no-1-dhaka-bangladesh |title=No. 1: Dhaka, Bangladesh – In Photos: The World's Densest Megacities |publisher=Forbes |accessdate=22 June 2013}}</ref>
|population_total = 14399000
|population_metro = 7000940
|population_density_sq_mi = 115200
|population_density_km2 = 45000
|population_density_metro_sq_mi =
|population_urban =
|population_density_urban_km2 =
|population_density_urban_sq_mi =
|population_blank1_title =[[Demonym]]
|population_blank1_footnotes = <ref>http: //www.thedailystar.net/2005/01/19/d501192501107.htm</ref>
|population_blank1 =
|population_blank2_title =শিক্ষিতৰ হাৰ
|population_blank2 =74.6
|population_density_blank1_km2 =
|population_density_blank1_sq_mi =
<! ' -- General information --------------->
|timezone = বাংলাদেশ মান সময়
|utc_offset = +৬
|timezone_DST =
|utc_offset_DST =
|latd=23 |latm=42 |lats=0 |latNS=N
|longd=90 |longm=22 |longs=30 |longEW=E
|elevation_footnotes = <ref name="“' Elevation of Dhaka"Dhaka“' >{{cite web|url=http: //travel.nationalgeographic.com/places/maps/map_city_dhaka.html|title=Dhaka, Bangladesh Map|publisher=National Geographic Channel|accessdate=2009-09-06}}</ref>
|elevation_m = 4
|elevation_ft = 13.12
<! ' -- Area/postal codes & others -------->
|postal_code_type = পিনকোড
|postal_code = ১০০০
|area_code =
|blank_name = দেশৰ টেলিফোন কোড
|blank_info = +৮৮০
|blank1_name = আঞ্চলিক টেলিফোন কোড
|blank1_info = ০২
|website =
|footnotes =
}}
'''ঢাকা''' ({{lang-en|Dhaka}}, অতীতত Dacca ব্যৱহৃত হৈছিল<ref name=dacca>{{cite news|title=PAKISTAN: Dacca, City of the Dead|url=http: //www.time.com/time/magazine/article/0,9171,876963,00.html|accessdate=15 November 2011|newspaper=Time|date=3 May 1971}}</ref>) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ ।চহৰ৷ ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ।চহৰ৷ বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ।চহৰ৷ ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।লাখ৷ <ref name="BangladeshStatPock2008"“' BangladeshStatPock2008“' >{{Cite web|url=http: //www.bbs.gov.bd/WebTestApplication/userfiles/Image/SubjectMatterDataIndex/pk_book_09.pdf|title=Statistical Pocket Book, 2008|publisher=Bangladesh Bureau of Statistics|format=PDF|accessdate=2009-08-15}}</ref> ই বিশ্বৰ নৱম বৃহত্তম<ref>2010 World Bank Country Assistance Strategy (Page 4) http: //siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf</ref> আৰু অত্যাধিকঅত্যধিক জনবহুল চহৰ বিলাকৰ ভিতৰত অন্যতম।অন্যতম৷ ঢাকা চহৰ ''মছজিদৰ চহৰ'' নামেও পৰিচিত।পৰিচিত৷ <ref>{{Cite web|url=http: //www.dhakacity.com.bd/ |title=everything about our city |publisher=Dhaka City |date= |accessdate=2010-05-08}}</ref> তদুপৰি ঢাকা ''বিশ্বৰ ৰিক্সাৰিস্কা ৰাজধানী'' নামেৰেও পৰিচিত।পৰিচিত৷ এই চহৰত সদায় প্ৰায় ৪০০,০০০ ৰ পৰা ৪৫০,০০০টা চাইকেল ৰিক্সাৰিস্কা চলাচল কৰে।কৰে৷ <ref name="bbcnews1"“' bbcnews1“' >{{Cite news|url=http: //news.bbc.co.uk/2/hi/programmes/from_our_own_correspondent/2300179.stm|title=Dhaka's beleaguered rickshaw wallahs|last=Lawson |first=Alastair|date=2002-10-05|publisher=BBC News|accessdate=2009-09-19}}</ref> বৰ্তমান দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান সংস্কৃতি, শিক্ষা আৰু বাণিজ্যকেন্দ্ৰ।বাণিজ্যকেন্দ্ৰ৷ <ref>World Bank (30 July 2010). [http: //siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf Country Assistance Strategy for the People's Republic of Bangladesh for the Period FY11-14], page 4.</ref>
সপ্তদশ শতাব্দীত পুৰণি ঢাকা মোগল সম্ৰাজ্যৰ বাংলা প্ৰদেশৰ প্ৰাদেশিক ৰাজধানী আছিল।আছিল৷ মোগল সম্ৰাট জাহাঙ্গীৰৰ শাসন কালত এই চহৰ জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল।আছিল৷ অতীজৰে পৰা ঢাকা বিশ্বব্যাপী মছলিন কাপোৰ বাণিজ্যৰ এটি প্ৰধান কেন্দ্ৰ আছিল।আছিল৷ যদিও আধুনিক ঢাকা চহৰৰ বিকাশ ঊনবিংশ শতাব্দীত ব্ৰিটিছৰ শাসন কালত ঘটে।ঘটে৷ সেই সময়ত নৱাব সকলে ঢাকা শাসন কৰিছিল।কৰিছিল৷ সেই সময়ত [[কলকাতা|কলকাতাৰ]] পিছতেই ঢাকা বাংলা প্ৰেচিডেন্সিৰ দ্বিতীয় বৃহত্তম নগৰী হৈ পৰে।পৰে৷ ১৯০৫ চনৰ বংগ-ভংগৰ পিছত ঢাকা নৱগঠিত পূৰ্ববংগ আৰু [[অসম]] প্ৰদেশৰ ৰাজধানী হয়।হয়৷ ১৯৪৭ চনত ভাৰতৰ পৰা ঢাকা পূব পাকিস্তানৰ প্ৰশাসনিক ৰাজধানীত পৰিণত হয়।হয়৷ ১৯৫০-৬০ দশকত এই চহৰ বিভিন্ন সামাজিক, জাতীয়তাবাদী আৰু গণতন্ত্ৰপন্থী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে।পৰে৷ ১৯৭১ চনত '''ঢাকা স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ ৰাজধানী''' ঘোষিত হয়।হয়৷ ইতিপূৰ্বে সামৰিক বলবৎ, বাংলাদেশৰ স্বাধীনতা ঘোষণা, সামৰিক দমন, যুদ্ধ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱলীলাৰ দৰে একাধিক অস্থিৰ ঘটনাৰ এই চহৰ সাক্ষী হয়।হয়৷
 
[[বাংলাদেশ|বাংলাদেশৰ]] সংবিধানৰ ৫(ক) অনুচ্ছেদ অনুযায়ী<ref>http: //bdlaws.minlaw.gov.bd/bangla_sections_detail.php? id=957&sections_id=29343</ref> ঢাকা বাংলাদেশৰ ৰাজধানী।ৰাজধানী৷ আধুনিক ঢাকা বাংলাদেশৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰ।কেন্দ্ৰ৷ <ref name="gob"“' gob“' >{{Cite web|url=http: //www.bangladesh.gov.bd/index.php? option=com_content&task=category&id=174&Itemid=27&lang=bn|title=Price Information of Essential Commodities|publisher=National Web Portal, Government of Bangladesh|format=php|accessdate=2009-02-27|language=Bangla}}</ref>
ইয়াৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহ হল জাতীয় সংসদ ভৱন, ঢাকা বিশ্ববিদ্যালয়, মুক্তিযুদ্ধ যাদুঘৰ, বাংলাদেশ জাতীয় যাদুঘৰ , জাতীয় ছহিদ মিনাৰ, লালবাগৰ কিল্লা<ref>http: //www.huffingtonpost.com/anushay-hossain/branding-bangladesh-india_b_4671353.html</ref> ইত্যাদি।ইত্যাদি৷
 
সাম্প্ৰতিক দশকসমূহত ঢাকাৰ পৰিবহনপৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব আধুনিকৰণ দেখা গৈছে।গৈছে৷ বৰ্তমানে এই চহৰ প্ৰচুৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ব্যৱসায় ব্যবসায়-বাণিজ্যৰ পৰিধি ভাঙি পৰিবহণত সক্ষম হৈছে।হৈছে৷ গোটেই দেশৰ পৰা অনেক মানুহ জীৱিকাৰ সন্ধানত ঢাকালৈ আহে ।আহে৷ এইবোৰ কাৰণৰ বাবেই ঢাকা বিশ্বৰ দ্ৰুততম ক্ৰমবৰ্ধমান নগৰী হৈ পৰিছে।পৰিছে৷ এই লক্ষ্য বাস্তৱয়ানত [[মালয়েছিয়া]], [[জাপান]], [[চীন]]সহ বিভিন্ন দেশ আৰ্থিক সহযোগীতাসহযোগিতা আৰু বিনিয়োগ কৰিছে।কৰিছে৷ <ref>http: //www.worldbank.org.bd/WBSITE/EXTERNAL/COUNTRIES/SOUTHASIAEXT/BANGLADESHEXTN/0,,contentMDK: 21384826~pagePK: 141137~piPK: 141127~theSitePK: 295760,00.html</ref><ref>{{Cite news| url=http: //news.bbc.co.uk/1/hi/world/south_asia/10542218.stm | work=BBC News | title=Danger in Dhaka, the fastest-growing city | date=2010-07-07}}</ref>
 
== নামাকৰণৰনামকৰণৰ ইতিহাস ==
[[File: Entrance of Armenian Church in Old Dhaka.JPG|thumb|left|পুৰণি ঢাকাৰ আৰ্মেনিয়ান গীৰ্জাৰ প্ৰৱেশপথ]]
ঢাকাৰ নামাকৰণৰনামকৰণৰ সঠিক ইতিহাস লৈ ব্যাপক মতভেদ আছে।আছে৷ কথিত আছে যে, সেন বংশৰ ৰজা বল্লাল সেন বুঢ়ী গংগা নদীৰ তীৰৱৰ্তী অঞ্চলত ভ্ৰমণ কৰি থাকোঁতে সন্নিহিত হাবিত দেৱী দুৰ্গাৰ এটি বিগ্ৰহ পায়।পায়৷ দেৱী দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা স্বৰূপ ৰজা বল্লাল সেনে সেই অঞ্চলত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে।কৰে৷ যিহেতু দেৱীৰ বিগ্ৰহ ''ঢাকা'' বা গুপ্ত অৱস্থাত বিচাৰি পোৱা গৈছিল সেয়ে ৰজায়ে এই মন্দিৰৰ নাম ঢাকেশ্বৰী মন্দিৰ ৰাখে।ৰাখে৷ এই মন্দিৰৰ নামৰ পৰায়ে কালক্ৰমত ঠাইখনৰ নাম ঢাকা হৈ পৰে।পৰে৷
আকৌ অনেক ঐতিহাসিকৰ মতে, মোগল সম্ৰাট জাহাঙ্গীৰ যেতিয়া ঢাকাক চুবা বাংলাৰ ৰাজধানী হিচাপে ঘোষণা কৰে; তেতিয়া চুবেদাৰ ইছলাম খান আনন্দৰ বহিঃ প্ৰকাশ ৰূপে গোটেই চহৰত 'ঢাক' বজোৱাৰ নিৰ্দেশ দিয়ে।দিয়ে৷ এই ঢাক বজোৱাৰ কাহিনী মুখে মুখে চলি কিংবদন্তিৰ ৰূপ লয় আৰু তাৰ পৰায়ে চহৰ খনৰ নাম ঢাকা হয়। হয়৷ উল্লেখযোগ্য যে, মোগল সম্ৰাজ্যৰ কিছু সময় ঢাকা সম্ৰাট জাহাঙ্গীৰৰ প্ৰতি সন্মান জনাই জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল।আছিল৷
ঢাকা নগৰীক বৰ্তমান দুইভাগত বিভক্ত কৰা হৈছে- ঢাকা দক্ষিণ আৰু ঢাকা উত্তৰ।উত্তৰ৷ ঢাকা দক্ষিণ মূলতঃ মূল নগৰী।নগৰী৷ ঢাকা উত্তৰ ঢাকাৰ নবীন বৰ্ধিত উপচহৰ সমূহৰে গঠিত।গঠিত৷
== ভূগোল ==
[[File: National Assembly of Bangladesh (10).jpg|thumb|[[জাতীয় সংসদ ভৱন]]]]
ঢাকা মধ্য [[বাংলাদেশ]]ত বুঢ়ী গংগা নদীৰ পাৰত ২৩°৪২' ৰ পৰা ২৩°৫৪' উত্তৰ [[অক্ষাংশ]] আৰু ৯০°২০' ৰ পৰা ৯০°২৮' পূব [[দ্ৰাঘিমাংশ]] পৰ্যন্ত বিস্তৃত।বিস্তৃত৷ নিম্ন গংগা-ব্ৰহ্মপুত্ৰ সমভূমিত অৱস্থিত এই চহৰৰ মুঠ আয়তন {{convert|300|km2|sqmi|lk=out}}<ref name="Bangladesh2001Mun"“' Bangladesh2001Mun“' >{{cite web|url=http: //www.bbs.gov.bd/dataindex/census/municip.pdf|publisher=Bangladesh Bureau of Statistics|title=Area, Population and Literacy Rate by Paurashava|year=2001|format=PDF|accessdate=2008-09-29 |archiveurl = http: //web.archive.org/web/20080625052740/http: //www.bbs.gov.bd/dataindex/census/municip.pdf |archivedate = 2008-06-25}}</ref> ঢাকাত মুঠতে ৫০ টা৫০টা থানা, ১৩০টা ৱাৰ্ড আৰু ৭২৫টা মোহল্লাত বিভক্ত।বিভক্ত৷ ঢাকা জিলাৰ আয়তন ১৪৬৩.৬০ বৰ্গ কিলোমিটাৰ (৫৬৫ বৰ্গমাইল) এই জিলা গাজীপুৰ জিলা, টাংগাইল জিলা, ,মুন্সিগঞ্জ জিলা, ৰাজবাড়ী জিলা, নাৰাায়ণগঞ্জ জিলা আৰু মাণিকগঞ্জ জিলাৰ দ্বাৰা বেষ্টিত।বেষ্টিত৷ <ref name="Dhaka"“' Dhaka“' >{{cite web
|author=Banglapedia
|date=2006-09-27
|url=http: //banglapedia.search.com.bd/HT/D_0156.htm
|title=Dhaka Division
|accessdate=2009-02-11
}}</ref> ক্ৰান্তীয় বৃক্ষ, আৰ্দ্ৰ মৃত্তিকা আৰু সমুদ্ৰপৃষ্ঠেৰ লগত সমান সমতলভূমি এই জেলাৰ বৈশিষ্ট্য।বৈশিষ্ট্য্য৷ এই কাৰণে বৰ্ষা কালত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ঢাকাত প্ৰায়ে বানপানী হোৱা দেখা যায়।যায়৷ <ref>{{Cite book| last = Hough | first = Michael | title = Cities and natural process | publisher = Routledge | year = 2004 | pages = 64–65 | isbn = 0-415-29855-5}}</ref>
 
== জলবায়ু ==
ঢাকাৰ জলবায়ু প্ৰধানত উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয়।গ্ৰীষ্মমণ্ডলীয়৷ কোপেন জলবায়ু শ্ৰেণীবিভাগৰ মতে, ঢাকাৰ জলবায়ু ক্ৰান্তীয় সমভাবাপন্ন।সমভাবাপন্ন৷ ইয়াত বাৰ্ষিক গড় তাপমাত্ৰা ২৭.৫ ডিগ্ৰী চেলচিয়াছ (৮১.৫ ডিগ্ৰী ফাৰেনহাইট) আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ মাজত তাপমাত্ৰা ১৯.৫ ৰ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ (৬৭ৰ পৰা ৯০ ডিগ্ৰী ফাৰেনহাইট) মাজত থাকে।থাকে৷ <ref name=weather1>{{cite web|url=http: //www.weatherbase.com/weather/weather.php3? s=032914&refer=/ | title=Weatherbase: Historical Weather for Dhaka, Bangladesh|accessdate=2008-12-15|publisher=weatherbase.com}}</ref> মে'ৰ পৰা অক্টোবৰ মাহৰ মাজত গড়ে প্ৰায় ২১২১ মিলিমিটাৰ(৮৩.৫ ইঞ্চি) বৃষ্টিপাত হয় থাকে।থাকে৷ <ref name=weather1/> <ref>{{Cite news
|last=মন্ডলমণ্ডল
|first=মোঃ আব্দুল লতিফ
|date=২০০৬-০৯-২৭
|url=http: //www.thedailystar.net/suppliments/2006/15thanniv/ourcities/ourcities28.htm
|title=Our Cities: 15th Anniversary Special
|publisher=দ্য ডেইলি স্টাৰষ্টাৰ
|accessdate=২০০৬-০৯-২৭
|language=ইংৰেজি
275 নং শাৰী:
|Dec sun = 279
|year sun = 2066
|source 1 = ৱেদাৰবেজ (৩০ বছৰ সময়)<ref name = weatherbase>{{cite web|url = http: //www.weatherbase.com/weather/weatherall.php3? s=32914&units=|title = Weatherbase: Historical Weather for Dhaka, Bangladesh|publisher = Weatherbase|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩}}</ref>
|source 2 = চিষ্টেমা দে ক্লাছিফিকেছন বিয়ক্লামাতিকা মন্দিয়াল (চৰম),<ref name=extremes>{{cite web
| url = http: //www.globalbioclimatics.org/station/ba-dacca.htm|title = Bangladesh – Dacca|publisher = Centro de Investigaciones Fitosociológicas|language = স্পেনীয়|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩}}</ref> বিবিচি ৱেদাৰ (আৰ্দ্ৰতা আৰু সূৰ্য )<ref name=BBCWeather>{{cite web
| url = http: //www.bbc.co.uk/weather/1185241|title = Average Conditions – Bangladesh – Dhaka|publisher = বিবিচি|accessdate = ২৩ ফেব্ৰুৱাৰী ২০১৩|language=ইংৰাজী}}</ref>
|date=নৱেম্বৰ ২০১২
}}
== তথ্যসূত্ৰ ==
== তথ্যসূত্র ==
{{reflist}}
== বাহ্যিক সংযোগ ==
* [http: //www.dhaka.gov.bd/ ঢাকা জেলাৰ চৰকারি চৰকাৰি ৱেৰছাইট] জেলা তথ্য বাতায়ন৷ বাতায়ন।
 
[[শ্ৰেণী: নগৰ-মহানগৰ]]
[[শ্ৰেণী: বাংলাদেশ]]
[[শ্ৰেণী: ৰাজধানী]]
"https://as.wikipedia.org/wiki/ঢাকা"ৰ পৰা অনা হৈছে