ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
TextCleanerBot (আলোচনা)-ই কৰা 229081 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
2 নং শাৰী:
{{Assam-geo-stub}}
{{Infobox settlement
| name = ডিব্ৰুগড়
| other_name = তি-ফাও<ref>{{harvcol|Gogoi|2014|p=34}},Note: As per Ahom Buranji</ref>
| nickname = ভাৰতৰ চাহ নগৰী
| settlement_type = নগৰ
| image_skyline = Dibrugarh_Night_View.jpg
| image_alt =
| image_caption = ডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য
| latd = 27.48
| longd = 95
| locator_position = bjkbgb,mkleft
| subdivision_type = দেশ
| subdivision_name = {{flagu|India}}
| subdivision_type1 = ৰাজ্য
| subdivision_name1 = [[অসম]]
| subdivision_type2 = [[জিলা]]
| subdivision_name2 = [[ডিব্ৰুগড় জিলা]]
| established_title =
| established_date =
| founder =
| named_for = ডিব্ৰু নদী
| governing_body = [[ডিব্ৰুগড় পৌৰসভা]]
| leader_title1 = স্থাপিত
| leader_name1
= ১৮৭৩
| leader_title2 = ৱাৰ্ডৰ সংখ্যা
| leader_name2 = ২২
| leader_title3 = পৌৰপতি
| leader_name3 = সমা চক্ৰৱৰ্তী [[ভাৰতীয় জনতা পাৰ্টি|বিজেপি]]
| government_type = পৌৰসভা
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 12.65
| elevation_footnotes =
| elevation_m = 108
| population_total = 154,019
| population_as_of = 2011
| population_density_km2 =
| population_demonym =
| population_footnotes =
| demographics_type1 = ভাষা
| demographics1_title1 = চৰকাৰী
| demographics1_info1 = [[অসমীয়া ভাষা]]
| timezone1 = [[ভাৰতীয় মান সময়]]
| utc_offset1 = +৫: ৩০
| postal_code_type = [[পিনক'ড]]
| postal_code = ৭৮৬০ XX
| area_code_type = দূৰভাষ কোড
| area_code = +৯১ - (০) ৩৭৩ - XX XX XXX
| registration_plate = AS-06
| website = {{URL|www.dibrugarh.nic.in}}
| iso_code = [[ISO 3166-2: IN|IN-AS]]
| footnotes =
| official_name =
}}
'''ডিব্ৰুগড়''' অসমৰ অন্যতম বৃহৎ চহৰ আৰু [[ডিব্ৰুগড় জিলা]]ৰ সদৰ৷সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত৷অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়৷ যায়।<ref>[http: //www.assamtourism.org/dibrugarh.php অসম পৰ্যতন]</ref> ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত৷অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ৷ কেন্দ্ৰ।
 
== ইতিহাস ==
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে৷হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল৷আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল৷আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়৷ যায়।
 
[[ইয়াণ্ডাবু সন্ধি]] সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়৷ লয়।
 
==নগৰৰ ৰূপ==
70 নং শাৰী:
 
==জলবায়ু==
<! ' --Dibrugarh has a [[humid subtropical climate]] ([[Köppen climate classification]] ''Cwa'') with extremely wet summers and relatively dry winters.-->
 
{{Weather box
169 নং শাৰী:
|source 1 = India Meteorological Department (record high and low up to 2010)<ref name= IMD >
{{cite web
| url = http: //www.imd.gov.in/section/climate/extreme/dibrugarh2.htm
| title = Dibrugarh Climatological Table Period: 1971–2000
| publisher = [[India Meteorological Department]]
| accessdate = April 20, 2015}}</ref><ref name = IMD2>{{cite web
| url = http: //www.webcitation.org/6GmnoaB0m
| format = PDF
| title = Ever recorded Maximum and minimum temperatures up to 2010
179 নং শাৰী:
| accessdate = April 20, 2015}}</ref>
|source 2 = NOAA (humidity, 1971–1990)<ref name= NOAA>{{cite web
|url = ftp: //ftp.atdd.noaa.gov/pub/GCOS/WMO-Normals/RA-II/IN/42314.TXT
|title = Dibugarh/Mohanbari Climate Normals 1971–1990
|publisher = [[National Oceanic and Atmospheric Administration]]
187 নং শাৰী:
== বাহ্যিক সংযোগ==
{{commons category|Dibrugarh|ডিব্ৰুগড়}}
* [http: //dibrugarh.ni.in ডিব্ৰুগড় জিলা ৱেবচাইট]
* [http: //dibru.ac.in ডিব্ৰুগড় বিশ্ববিদ্যালয় ৱেবচাইট]
 
==তথ্যসূত্ৰ==
194 নং শাৰী:
{{Articles related to Assam}}
{{অসমৰ নগৰ-মহানগৰ}}
[[শ্ৰেণী: অসমৰ নগৰ-মহানগৰ]]
[[শ্ৰেণী: ডিব্ৰুগড় জিলা]]
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে