ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
TextCleanerBot (আলোচনা)-ই কৰা 229087 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
22 নং শাৰী:
| superintendent =
| provost =
| vice_chancellor = ড॰ ৰঞ্জিত তামোলীতামুলী
| rector =
| principal =
52 নং শাৰী:
| mascot =
| affiliations =
| website = http: //www.dibru.ac.in/
| logo =
| footnotes =
}}
'''ডিব্ৰুগড় বিশ্ববিদ্যালয়''' অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়৷বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয়<ref>[http: //dibrugarh.nic.in/du.html NIC Dibrugarh]</ref> অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন “' "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান“'প্ৰতিষ্ঠান" আছে৷আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০৷১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ'ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়৷হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু “' "নতুন বজাৰ“'বজাৰ" ৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে “' ৰজাভেটা“'"ৰজাভেটা" অঞ্চলত অৱস্থিত৷অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে৷ গৈছে।
 
==ইতিহাস==
অসম বিধানসভাত প্ৰস্তাৱিত “' "ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫“'১৯৬৫" অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপিত হৈছিল৷হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল ড॰ বি, আৰ, শেঠ৷ শেঠ।
[[চিত্ৰ: jyotibatchora.jpg|250px|thumb|right|জ্যোতি বাটচ'ৰা]]
 
==স্বীকৃতি==
ডিব্ৰুগড় বিশ্ববিদ্যালয় Association of Indian Universities (AIU) আৰু Association of Commonwealth Universities (ACU)ৰ সদস্য৷সদস্য। বিশ্ববিদ্যালয়খন National Assessment and Accreditation Council (NAAC), Bangaloreৰ দ্বাৰা মূল্যাঙ্কিত আৰু . A Grade প্ৰাপ্ত<ref>http: //www.assamtribune.com/scripts/detailsnew.asp? id=mar3017/state055</ref>৷ “' "বিশ্ববিদ্যালয় অনুদান আয়োগে“'আয়োগে" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “' "অসমীয়া বিভাগ“' বিভাগ"টোক Center for Advanced Studies (CAS) হিচাপে চিহ্নিত কৰিছে৷কৰিছে। তদুপৰি অন্য আঠটা বিভাগক আয়োগে Special Assistance Programme (SAP)ৰ অধীনত DSA আৰু DRSৰ মৰ্যাদা দিছে৷দিছে। এই বিশ্ববিদ্যালয়ৰ “' "পে'ট্ৰলিয়াম প্ৰযুক্তিবিদ্যা“'প্ৰযুক্তিবিদ্যা" বিভাগটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰদ্বাৰা Center for Relevance and Excellence (CORE) under Technology, Information, Forcasting and Assessment Council (TIFAC) হিচাপে চিহ্নিত হৈছে৷ হৈছে।
 
==শৈক্ষিক দিশ==
 
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষাণ্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে<ref>[http: //www.dibru.ac.in/page.php? cat=Miscellaneous&id=CBCS CBCS]</ref> ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষাণ্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে৷ হৈছে।
 
বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০টাতকৈ অধিক বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰে৷কৰে। ০৩-০৫-২০১১ তাৰিখলৈকে বিশ্ববিদ্যালয়খনে মুঠ ১০৯৮জন গৱেষকক বিভিন্ন বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰিছে৷কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে বৰ্তমান দহটা বিষয়ত (অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান, বাণিজ্য, বুৰঞ্জী, গণিত, ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব আৰু পৰিসংখ্যা) এম, ফিল ডিগ্ৰী প্ৰদান কৰে৷ কৰে।
 
তাৎপৰ্যপূৰ্ণ গৱেষণাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্প্ৰতি তিনিখন সন্মানীয় আসন আছে৷ এইআছে।এই আসনকেইখন হৈছে- অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন, বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসন আৰু প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ কে, ডি, মালব্য আসন৷ আসন।
 
==বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ==
 
: : * অসমীয়া বিভাগ
: : * অৰ্থনীতি বিভাগ
: : * শিক্ষাতত্ত্ব বিভাগ
: : * ইংৰাজী বিভাগ
: : * বুৰঞ্জী বিভাগ
: : * ৰাজনীতি-বিজ্ঞান বিভাগ
: : * সমাজতত্ত্ব বিভাগ
: : * বাণিজ্য বিভাগ
: : * নৃতত্ত্ব বিভাগ
: : * প্ৰায়োগিক ভূ-তত্ত্ব বিভাগ
: : * ৰসায়ন-বিজ্ঞান বিভাগ
: : * জীৱ-বিজ্ঞান বিভাগ
: : * গণিত বিভাগ
: : * পেট্ৰলিয়াম প্ৰযুক্তিবিদ্যা বিভাগ
: : * ভেষজ বিজ্ঞান বিভাগ
: : * পদাৰ্থ-বিজ্ঞান বিভাগ
: : * পৰিসংখ্যা বিভাগ
: : * কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ
: : * [[ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ ]]
: : * জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
: : * জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
: : * গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
: : * চাহ আৰু কৃষি অধ্যয়ন কেন্দ্ৰ
: : * [[ড॰ ভূপেন হাজৰিকা]] পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ
: : * ন্যায় অধ্যয়ন কেন্দ্ৰ
: : * ভূগোল অধ্যয়ন কেন্দ্ৰ
: : * সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
: : * শাৰীৰিক শিক্ষা অধ্যয়ন কেন্দ্ৰ
: : * সমাজসেৱা অধ্যয়ন কেন্দ্ৰ
: : * বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰ (পদাৰ্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত)
: : * আচৰণ-বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
: : * ভাষা অধ্যয়ন কেন্দ্ৰ
 
==সুবিধাসমূহ==
===লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ===
এইয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ নাম৷নাম। চাৰিমহলীয়া এই গ্ৰন্থাগাৰটোৱে প্ৰায় ৩৩৫৭০ বৰ্গফুট কালি অধিকাৰ কৰি আছে<ref>[https: //dibru.ac.in/portals/lnblibrary/about_library.htm গ্ৰন্থাগাৰ]</ref> এই গ্ৰন্থাগাৰত বিভিন্ন বিষয়ৰ গ্ৰন্থৰ লগতে আলোচনী, পত্ৰিকা, বাতৰি কাগজ আদি ৰখা হয়৷হয়। তদুপৰি বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা বিভিন্ন গৱেষকৰ গৱেষণা-পত্ৰসমূহো ইয়াত এটা সূকীয়া সংগ্ৰহ হিচাপে ৰখা হৈছে৷হৈছে। বৰ্তমান গ্ৰন্থাগাৰটোৰ গ্ৰন্থ ব্যৱস্থাপনা আৰু আদান-প্ৰদান সূবিধাসমূহ সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত৷নিয়ন্ত্ৰিত। ২০০৪ চনৰ পহিলা জানুৱাৰীৰ পৰা গ্ৰন্থাগাৰটোত ইণ্টাৰনে'টৰ জৰিয়তে প্ৰায় ৪৭০০ ই-পত্ৰিকা পঢ়াৰ সুবিধা কৰা হৈছে৷ হৈছে।
 
==ছাত্ৰাবাস==
 
: : * পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাস
: : * মফিজ্জুদ্দিন আহমেদ হাজৰিকা ছাত্ৰাবাস
: : * মণিৰাম দেৱান ছাত্ৰাবাস
: : * ড॰ লীলা গগৈ গৱেষক ছাত্ৰাবাস
: : * বৃত্তিমূলক পাঠ্যক্ৰমৰ ছাত্ৰনিবাস
: : *১ নং ছাত্ৰাৱাস (অভিযান্ত্ৰিকী)
: : *২ নং ছাত্ৰাৱাস (অভিযান্ত্ৰিকী)
 
==ছাত্ৰীনিবাস==
 
: : * জয়মতী ছাত্ৰীনিবাস
: : * নলিনীবালা দেৱী ছাত্ৰীনিবাস
: : * আইদেউ সন্দিকৈ ছাত্ৰীনিবাস
: : * নৱ ছাত্ৰীনিবাস
: : * বৃত্তিমূলক পাঠ্যক্ৰমৰ ছাত্ৰীনিবাস
: : *পদ্মাকুমাৰী গোহাঁই ছাত্ৰীনিবাস
: : *স্বৰ্ণলতা বৰুৱা ছাত্ৰীনিবাস
: : *মামণি ৰয়চম গোস্বামী ছাত্ৰীনিবাস
 
==চিত্ৰ ভঁৰাল==
<center>
<gallery widths=“' 120“'"120" heights=“' 120px“'"120px" perrow=“' 5“'"5" style=“' "border: 5px solid #a86; box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -moz-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -webkit-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); border-radius: 0.5em; -moz-border-radius: 0.5em; -webkit-border-radius: 0.5em; “' ">
 
File: Depiction of Burhi Aair Sadhu 2.jpg|শিল্পীৰ কল্পনাত বুঢ়ী আইৰ সাধুৰ আইতাগৰাকী
File: Dibrugah University Library.jpg|ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “' "লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ“' গ্ৰন্থাগাৰ"
File: Rangghar at DU park.jpg|ডিব্ৰুগড় বিশ্ববিদ্যালয় উদ্যানত থকা ৰংঘৰ আৰ্হিৰ এক নিৰ্মাণ
</gallery>
</center>
147 নং শাৰী:
 
==বহিঃসংযোগ==
*[http: //www.dibru.ac.in/ বিশ্ববিদ্যালয়ৰ ৱেবচাইট]
*[http: //www.cmsdu.org/ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ ৱেবচাইট]
 
{{সাঁচ: অসমৰ বিশ্ববিদ্যালয়}}
{{অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ}}
[[শ্ৰেণী: অসমৰ বিশ্ববিদ্যালয়সমূহ]]
[[শ্ৰেণী: ডিব্ৰুগড় জিলা]]