ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (কাৰিকৰী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

123 নং শাৰী:
== Text Cleaner bot ==
 
শ্ৰদ্ধাৰ ৱিকিমিডিয়ানসকল, অসমীয়া লিখোতেলিখোঁতে সচৰাচৰ হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰাৰ বাবে অসমীয়া ৱিকিপিডিয়াত স্থানীয়ভাবে পৰিচালনা কৰা বটৰ প্ৰয়োজনিয়তাৰপ্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি [[সদস্য:TextCleanerBot|TextCleanerBot]] নামৰ এক অৰ্ধ-স্বয়ংক্ৰিয় বটৰ নিৰ্মাণ কৰি উলিয়াইছোঁ৷ পূৰ্বতে অসমীয়া ৱিকিপিডিয়াত [[সদস্য:Ucodebot|Ucodebot]] নামৰ এটা বট আছিল, যি বঙালী ৰ-ক অসমীয়া ৰ-লৈ সলনি কৰিছিল৷ বৰ্তমানে ই নিষ্ক্ৰিয় হৈ আছে৷ TextCleanerBot বটটোৱে বঙালী ৰ-ক অসমীয়া ৰ-লৈ সলনি কৰাৰ লগতে আন কিছু যতি চিহ্ন, ণত্ব বিধি, ষত্ব বিধি আদিৰ ভুল শুদ্ধ কৰে৷ ইয়াব বাবে [[সদস্য:Mridul Kumar Sharmah|মৃদুল কুমাৰ শৰ্মা]] ডাঙৰীয়াৰ বৰ্ণাশুদ্ধি নিবাৰক [http://lachitpad.mridulkumar.com/index.php লাচিত পেড]-ৰ ডাটাবেছ ব্যৱহাৰ কৰা হৈছে৷ বৰ্তমানে পৰীক্ষামূলক ভাবে ইয়াক চলাই থকা হৈছে আৰু ইয়াৰ ফলাফল যথেষ্ট আশানুৰূপ দেখা গৈছে৷ অনাগত দিনত ইয়াক অধিক উন্নত কৰা হ'ব৷ স্থানীয়ভাবে বটটো পৰিচলনা কৰিলে আমি ভবিষ্যতে প্ৰয়োজন অনুসৰি ডাটাবেছ আপডেট কৰি থাকিব পাৰিম৷ বটটো স্থায়িভাবেস্থায়ীভাবে অসমীয়া ৱিকিপিডিয়াত প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকৰ সমৰ্থনৰ প্ৰয়োজন৷ অনুগ্ৰহ কৰি তলত আপোনালোকৰ মতামত জনাই চহী কৰক৷ বটটোত কিবা ভুল দেখিলে তাকো তলত জনাওক৷
 
Dear Wikimedians, as we have seen in many articles in Assamese Wikipedia, some trivial mistakes and typos are present all over. Considering that I developed a semi-automated bot called [[সদস্য:TextCleanerBot|TextCleanerBot]] to correct some usual mistakes such as replacing Bengali র with Assamese ৰ, punctuation related mistakes, and some other Assamese grammatical errors. I am thankful to [[সদস্য:Mridul Kumar Sharmah|Mridul Kumar Sharmah]] for letting me use his database for [http://lachitpad.mridulkumar.com/index.php Lachit pad], an online sanitizer for Assamese texts. Earlier there used to be a bot called [[সদস্য:Ucodebot|Ucodebot]], which used to replace Bengali র with Assamese ৰ, but unfortunately, that is not active anymore. The idea behind having a locally run bot is that we as a community can keep updating the database as needed. I have already done some test runs and results are mostly positive with some fluke here and there. I will constantly be improving them as we go. Please provide your feedback whether you support or oppose such bot in Assamese Wikipedia. If you see any errors made by the bot, report them as well. --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 07:41, 14 May 2020 (ইউ.টি.চি.)
133 নং শাৰী:
# --[[সদস্য:Chiring chandan|Chiring chandan]] ([[সদস্য বাৰ্তা:Chiring chandan|talk]]) 14:10, 14 May 202 (ইউ.টি.চি.)
# [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 12:23, 20 May 2020 (ইউ.টি.চি.)
# [[সদস্য:Mridul Kumar Sharmah|— মৃদুল কুমাৰ শৰ্মা]] ([[সদস্য বাৰ্তা:Mridul Kumar Sharmah|talk]]) 01:53, 21 May 2020 (ইউ.টি.চি.)
 
 
=== সমৰ্থন নকৰোঁ / Oppose ===