জাপান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

replace png
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{পোখালি}}
{{Infobox country
|native_name = {{lang|ja|日本国}}<br />''নিপ্পন-ককু'' বা ''নিহন-ককু''
|common_name = জাপান
|conventional_long_name = জাপান
|image_flag = Flag of Japan.svg
|image_coat = Imperial Seal of Japan.svg
|symbol_type = ইম্পেৰিয়েল মোহৰ
|other_symbol_type = জাপান চৰকাৰৰ মোহৰ
|other_symbol = {{unbulleted list |[[চিত্ৰ:Goshichi no kiri.svg|75x75px|জাপান চৰকাৰৰ মোহৰ]]}}
|image_map = Japan-location-cia.png
|national_anthem = ''[[কিমিগায়’]]''{{spaces|2}}(君が代)<small><br />''সাম্ৰাজ্যৰ ৰাজত্ব''</small>
|official_languages = [[জাপানী ভাষা|জাপানী]]
|capital = [[টকিঅ']]
|latd=35 |latm=41 |latNS=N |longd=139 |longm=46 |longEW=E
|largest_city = ট’কিঅ
|government_type = [[সাংবিধানিক ৰাজতন্ত্ৰ]]
|leader_title1 = [[জাপানৰ সম্ৰাট|সম্ৰাট]]
|leader_name1 = [[Naruhito]]
|leader_title2 = [[জাপানৰ প্ৰধানমন্ত্ৰী|প্ৰধানমন্ত্ৰী]] =
|leader_name2 = [[শ্বিঞ্জ’ও আবে]]
|area_rank = ৬২তম
|area_magnitude =
|area = ৩৭৭,৮৭৩
|areami2 = ১৪৫,৮৮৩
|percent_water = ০.৮
|population_estimate = ১২৭,৪৩৩,৪৯৪
|population_estimate_year = ২০০৭
|population_estimate_rank = ১০ম
|population_census = ১২৭,৩৩৩,০০২
|population_census_year = ২০০৪
|population_density = ৩৩৭
|population_densitymi2 = ৮৭৩
|population_density_rank = ৩০তম
|GDP_PPP_year = ২০০৬
|GDP_PPP = $৪.২২০ ট্ৰিলিয়ন
|GDP_PPP_rank = ৩য়
|GDP_PPP_per_capita = $৩৩,১০০<sup>২</sup>
|GDP_PPP_per_capita_rank = ১২তম
|GDP_nominal = $৪.৯১১ ট্ৰিলিয়ন
|GDP_nominal_rank = ২য়
|GDP_nominal_year = ২০০৬
|GDP_nominal_per_capita = $৩৮,৩৪১
|GDP_nominal_per_capita_rank = ১৪তম
|sovereignty_type = [[জাপানৰ ইতিহাস|গঠন]]
|established_event1 = জাতীয় ভিত্তি দিন
|established_date1 = [[১১ ফেব্ৰুৱাৰী]], ৬৬০&nbsp;খ্ৰীষ্টপূৰ্বাব্দ
|established_event2 = [[মেইজি সংবিধান]]
|established_date2 = [[নৱেম্বৰ ২৯]] [[১৮৯০]]
|established_event3 = [[জাপানী সংবিধান|বৰ্তমান সংবিধান]]
|established_date3 = [[মে’ ৩]] [[১৯৪৭]]
|established_event4 = [[চেন ফ্ৰেঞ্চিস্ক’ চুক্তি]]
|established_date4 = [[এপ্ৰিল ২৮]] [[১৯৫২]]
|HDI_year = ২০১৪
|HDI = {{increase}} ০.৮৯০
|HDI_rank = ১৭
|HDI_category = <font color="#009900">অতি উচ্চ</font>
|currency = [[জাপানী য়েন|য়েন]] (¥/円)
|currency_code = JPY
|country_code = JPN
|time_zone = [[জাপান মান সময়]]
|utc_offset = +৯
|time_zone_DST =
|utc_offset_DST =
|cctld = [[.jp]]
|calling_code = +৮১
|ISO_3166-1_alpha2 = JP
|ISO_3166-1_alpha3 = JPN
|ISO_3166-1_numeric = ৩৯২
|sport_code = JPN
|vehicle_code = J
}}
'''জাপান''' (আই.পি.এ: zapan) ({{lang-ja|日本}} ''নিপ্পন'') [[এছিয়া]] মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, [[হোক্কাইডো]], কিয়ুছু আৰু ছিক’কু। ইয়াৰ ওপৰিওউপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। [[টকিঅ']] জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।
 
 
"https://as.wikipedia.org/wiki/জাপান"ৰ পৰা অনা হৈছে