প্ৰজাতি (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

better image
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''প্ৰজাতি,''' [[গণ (জীৱবিদ্যা)|গণ]]ৰ পাছৰ এটা বৰ্গীয় স্থান ।স্থান।]]
'''প্ৰজাতি''' ( [[ইংৰাজী]]: species, plural: species) হ'ল, [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান ।স্থান। সাধাৰণতে, '''প্ৰজাতি''' শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায় ।বুজায়। '''প্ৰজাতি'''ৰ এই সংজ্ঞাটো প্ৰৰ্যাপ্ত যদিও, বহু ক্ষেত্ৰত '''ডি. এন. এ.'''ৰ সাদৃশ্য, দৈহিক গঠন, পৰিৱেশ সমন্ধীয় স্থান আদি বিভিন্ন পৰিভাষাৰ দ্বাৰা প্ৰজাতি এটা সংজ্ঞাবদ্ধ কৰা হয়, এনে ধৰণৰ জটিলতাবোৰকে প্ৰজাতিগত সমস্যা বুলি কোৱা হয় ।হয়। স্থানীয় ভাবে আহৰণ কৰা বিভিন্ন বিশেষত্বৰ বাবে প্ৰজাতি এটাক উপপ্ৰজাতিৰ (উদ্ভিদবিদ্যাত প্ৰকাৰভেদ) দৰে গৌণ গোটতো ভাগ কৰা হয় ।হয়।
 
সাদৃশ্যৰ ওপৰত ভিত্তি কৰি, একে পূৰ্বজৰ পৰা অহা জীৱবোৰক একেটা [[গণ (জীৱবিদ্যা)|গণ]]ৰ স্থান দিয়া হয় ।হয়। দৈহিক গঠন, যদি সম্ভৱ জিনৰ অনুক্ৰম আদিৰ তুলনাৰ দ্বাৰা '''প্ৰজাতি''' এটা নিৰ্ধাৰণ কৰা হয় ।হয়।
সকলো প্ৰজাতিকে এটা দ্বৈৰাশিক নাম দিয়া হয়, তাৰে প্ৰথম অংশটোক '''গণবাচক নাম''' বোলে ।বোলে। প্ৰজাতিটো যিটো গণৰ অন্তৰ্ভুক্ত সেই গণৰ নামটোৱেই হ'ল গণবাচক নাম ।নাম। দ্বিতীয় অংশটোক প্ৰজাতিগত নাম (কেৱল প্ৰানীবিজ্ঞানতপ্ৰাণীবিজ্ঞানত ব্যৱহৃত) বা প্ৰজাতিগত উপাধি (epithet, উদ্ভিদবিজ্ঞান আৰু প্ৰানীবিজ্ঞানতপ্ৰাণীবিজ্ঞানত ব্যৱহৃত) বোলে ।বোলে। উদাহৰণ স্বৰূপে [[Boa ''constrictor'']] হ'ল [[Boa]] গণৰ অন্তৰ্গত চাৰিটা প্ৰজাতিৰ ভিতৰৰে এটা প্ৰজাতিৰ নাম ।নাম। জীৱবিজ্ঞানৰ তত্বতত্ত্ব আৰম্ভ আৰু পৰীক্ষা কৰাৰ বাবে আৰু জৈৱবিচিত্ৰতা নিৰ্ধাৰণত প্ৰজাতি শব্দৰ ব্যৱহাৰ যোগ্য সংজ্ঞা আৰু প্ৰজাতি চিনাক্তকৰণৰ এটা নিৰ্ভৰযোগ্য পদ্ধতি অতি প্ৰয়োজনীয়,আনহাতে ব্যাপক পৰ্যায়ৰ অধ্যয়নৰ বাবে [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ দৰে অন্য বৰ্গীয় স্থানবোৰ বিবেচনা কৰা হয় ।হয়।<ref name="SahneyBentonFerry2010LinksDiversityVertebrates">{{cite journal | author=Sahney, S., Benton, M.J. and Ferry, P.A. | year=2010 | title=Links between global taxonomic diversity, ecological diversity and the expansion of vertebrates on land | journal=Biology Letters | doi=10.1098/rsbl.2009.1024 | volume = 6 | pages = 544–547 | issue=4 | pmid=20106856 | pmc=2936204}}{{Open access}}</ref>সাধাৰণতে, জীৱাশ্মৰ পৰাহে জ্ঞাত বিলোপ্ত প্ৰজাতিৰ বৰ্গীকৰণ কৰাটো অতিশয় জটিল কাৰ্য, সেইবাবে জীৱাশ্ম ভিত্তিক অধ্যয়নত পৰিয়ালৰ দৰে উচ্চ বৰ্গীয় স্থান সমূহহে ব্যৱহাৰ কৰা হয় ।হয়।<ref name="SahneyBentonFerry2010LinksDiversityVertebrates"/><ref name="SahneyBenton2008RecoveryFromProfoundExtinction">{{cite journal | url=http://rspb.royalsocietypublishing.org/content/275/1636/759 | author=Sahney, S. and Benton, M.J. | year=2008 | title=Recovery from the most profound mass extinction of all time | journal=Proceedings of the Royal Society: Biological | doi=10.1098/rspb.2007.1370 | volume = 275 |format=PDF | pmid=18198148 | issue=1636 | pmc=2596898 | pages=759–65}}{{Open access}}</ref>
বেক্টেৰিয়া আৰু আৰ্কিয়াক বাদ দি পৃথিৱীত প্ৰায় ৮.৭ নিযুত প্ৰজাতি আছে ঠাৱৰ কৰা হৈছে,<ref name="plos">{{cite journal | author= Mora, C. et al. | title=How Many Species Are There on Earth and in the Ocean?|journal=[[PLoS Biology]]|date=August 23, 2011|doi=10.1371/journal.pbio.1001127 | editor1-last= Mace | editor1-first= Georgina M | last2= Tittensor | first2= Derek P. | last3= Adl | first3= Sina | last4= Simpson | first4= Alastair G. B. | last5= Worm | first5= Boris | volume= 9 | issue= 8 | pages= e1001127 | pmid=21886479 | pmc=3160336}}{{Open access}}</ref><ref name="Guardian">{{Cite news
| date =2011-08-23
13 নং শাৰী:
| first=Suzanne
| last=Goldenberg
|deadurl = no|archiveurl = https://web.archive.org/web/20130930184419/http://www.theguardian.com/environment/2011/aug/23/species-earth-estimate-scientists|archivedate = 2013-09-30}}</ref> যিটো পূৰ্বতে ২ ৰ পৰা ১০০ নিযুত বুলি অনুমান কৰা হৈছিল ।হৈছিল।<ref name="SciDaily">{{cite web
| date =2003-05-26
| title =Just How Many Species Are There, Anyway?