বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{ infobox writer
| name = ড°বীৰেন্দ্ৰড॰বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য
| image = birendra_kumar_bhattacharya.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১৪ অক্টোবৰ, ১৯২৪ চন
| birth_place = চফ্ৰাই চাহবাগিচা, [[অসম]]
| death_date = ৬ আগষ্ট, ১৯৯৭
| death_place =
| resting_place =
| occupation = সহিত্যিক, শিক্ষাবিদ, সাংবাদিক
| language = [[অসমীয়া]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = [[ভাৰত]]
| education =
| alma_mater =
| period =
| genre =
| genre subject =
| subject movement =
| notableworks = [[মৃত্যুঞ্জয়]], [[ইয়াৰুইঙ্গম]]
| movement =
| spouse =
| notableworks = [[মৃত্যুঞ্জয়]], [[ইয়াৰুইঙ্গম]]
| spouse partner =
| partner children =
| children relatives =
| relatives influences =
| influences influenced =
| awards = [[সাহিত্য অকাদেমি বঁটা]] (১৯৬০)<br> [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
| influenced =
| signature =
| awards = [[সাহিত্য অকাদেমি বঁটা]] (১৯৬০)<br> [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
| signature =
| signature_alt =
| website =
}}
 
'''ড°ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক ৷সাংবাদিক। তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল <ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref> তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য অকাদেমি বঁটা]]ও লাভ কৰিছিল <ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায় <ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল ৷কৰিছিল।
 
==চমু জীৱনী==
===জন্ম===
১৯২৪ চনৰ ১৮ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ৷হয়।
 
===শিক্ষা===
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ, [[কটন মহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ ৷লাভ। ১৯৫১ চনত বি এ ৷তেওঁএ।তেওঁ প্ৰাইভেটকৈ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা [[অসমীয়া]]ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত৷চনত। ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ ৷লাভ। গৱেষণাৰ বিষয় আছিল 'অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস'।
 
===কৰ্মজীৱন===
*সহকাৰী সম্পাদক – [[বাঁহী]] (১৯৪৫), [[দৈনিক অসমীয়া]] (১৯৪৭-৪৯), Advance (১৯৪৬) [[জনতা]] (১৯৪৯-৫১)
*সম্পাদক- [[ৰামধেনু]] (১৯৫২), [[সাদিনীয়া নৱযুগ]]
*শিক্ষকতা- ওখল হাইস্কুল (১৯৫১-৫২)
 
=== মৃত্যু===
১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে ৷ঘটে।
 
==সাহিত্য কৰ্ম==
95 নং শাৰী:
 
'''অন্যান্য গ্ৰন্থ'''
*ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকিএভূমুকি
*সংবাদ সাহিত্য
*অসমীয়া সাহিত্যত হাস্যৰস
102 নং শাৰী:
{{col-end}}
 
==ড°ড॰ ভট্টাচাৰ্যৰ সাহিত্যৰ সমালোচনা==
তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়৷যায়। [[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণু ৰাভা]] এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে ৷হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ ৷দিশ। তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে ৷পাইছে। তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে ৷হৈছে। তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছেউঠিছে। ৷ ড°ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহুৰ্ততমুহূৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে ৷উঠিছে। সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে ৷কৰিছে। তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপন কৰিছে <ref>সঞ্চয়ন- ড০ড॰ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)</ref><ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড০ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)</ref>
 
==স্বীকৃতি আৰু সন্মান==
114 নং শাৰী:
 
==বাহ্যিক সংযোগ==
* [http://www.worldcat.org/search?q=au%3ABhattacharyya%2C+Birendra+Kumar.&qt=hot_author worldcat.org] ৱেবছাইটত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কেইখনমান গ্ৰন্থ