অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) |
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত |
||
3 নং শাৰী:
{{About|অসমৰ লোকবাদ্যসমূহৰ|বিহুৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে জানিব|বিহুৰ বাদ্যযন্ত্ৰ}}
অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে নানা-বৰণীয়া লোক সংস্কৃতিৰ
==ঢোল==
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|200px|ঢোলৰ সৈতে ঢুলীয়া]]
{{Main|ঢোল}}
ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য
==পেঁপা==
{{Main|পেঁপা}}
[[File:Bihu dancer with a horn.jpg|thumb|200px|পেঁপাৰ সৈতে বিহুৱা]]
অসমীয়া লোক সংস্কৃতিৰ পৰিচায়ক স্বৰূপ ‘বিহু’ৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল ম’হৰ শিঙৰ
বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নেযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্ম প্ৰকাশ কৰে। পৰম্পৰাগত ভাবে মহ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়।
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিং সকলে ইয়াক ‘পেম্পা’ , ডিমাছা সকলে ‘সুৰি’ ,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়। <ref>{{cite web|url=http://www.anvesha.co.in/assamese/pepa_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
22 নং শাৰী:
{{Main|টকা (বাদ্য)}}
[[File:টকা বাদ্য.JPG|thumb|100px|left|টকা বজাই থকা এজন বিহুৱা]]
অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/toka_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
==গগনা==
[[File:গগনা বজাই থকা দুজনী বিহু নাচনী। .JPG|thumb|right|100px|গগনা বজাই থকা দুজনী বিহু নাচনী। ]]
{{Main|গগনা}}
গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয়
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/gogona_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
==সুতুলি==
{{Main|সুতুলি}}
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত – সুন ( xun) বুলি কোৱা হৈছিল।
সুতুলিৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে , বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/xutuli_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
==বাঁহী==
{{Main|বাঁহী}}
বাঁহীক সম্পূৰ্ণভাবে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি আভিহিত কৰিব নোৱাৰিলেও, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ , বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/bahi_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
==বীণ==
{{Main|বীণ}}
অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য বীণ। [[বিহু]]ত ব্যৱহাৰ হোৱা ৮ বিধ মুল বাদ্যৰ ভিতৰত বীনো এবিধ। বিহুৰ উপৰিও বৈৰাগী সকলে এই বাদ্য বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়।
==ভোৰতাল==
{{Main|ভোৰতাল}}
[[চিত্ৰ:Vur tal.jpg|right|thumb|150Px|ভোৰতাল]]
অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ [[ধাতু]]ৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত '''ভোৰতাল'''
==খ্ৰাম==
{{Main|খ্ৰাম}}
খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে
==মাদল==
{{Main|মাদল}}
মূৰজ বা মৰ্দল নামেৰেও পৰিচিত আৰু প্ৰধানত: কাঠেৰে নিৰ্মিত ৫০ চেণ্টমিটাৰৰ পৰা ৭০ চেণ্টিমিটাৰমান দীঘল মাদলৰ দুয়োটা মূৰৰ ব্যাস সমান নহয়;সোঁফালৰ মূৰটোৰ ব্যাস ৩০ চেণ্টিমিটাৰৰ পৰা ৪০
==বিহুতাল==
{{Main|বিহুতাল}}
বিহুতাল পাতিতালতকৈ কিছু সৰু কাৰণেই ইয়াক সৰু পাতিতাল বুলিও কোৱা
==টোকাৰী==
{{Main|টোকাৰী}}
অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ
==শিঙা==
{{Main|শিঙা}}
:অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ ব্যৱহাৰ প্ৰাচীন বুলি ক'ব
==খোল==
{{Main|খোল}}
'''খোল''' বাদ্যযন্ত্ৰক [[মৃদঙ্গ]]ৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা [[ভাৰত]]ৰ বিভিন্ন ঠাইত [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ [[অসম]], [[বঙ্গ]], [[মণিপুৰ]] (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু [[উৰিষ্যা]]ত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে
[[অসম]]ত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে
==ডবা==
ডবা অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম এবিধ
==মৃদঙ্গৰ উৎপত্তি আৰু ক্ৰমবিকাশ==
মৃদঙ্গ সত্ৰীয়া নৃত্যত ব্যৱহাৰ
==দোতোৰা==
95 নং শাৰী:
[[চিত্ৰ:নাগাৰা.jpeg|thumb|right|নাগাৰা]]
[[চিত্ৰ:নাগাৰা .jpeg|thumb|left|নাগাৰা]]
নাগাৰা এবিধ বাদ্য। নাম-প্ৰসঙ্গ, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।
{{-}}
নাগাৰাৰ ডাঙৰতোৰ নাম- নাগাৰা আৰু সৰুতোৰ নাম
==তথ্য সংগ্ৰহ==
105 নং শাৰী:
==বাহ্যিক সংযোগ==
* [http://www.anvesha.co.in/assamese/bihu.html অম্বেষা ডট কো ডট ইন ৱেবছাইটত অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে অধিক
* [http://www.mapsofindia.com/assam/society/musical-instruments.html mapsofindia.com ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য। ]
* [http://www.vedanti.com/News/musical_instruments_used_in_assa.htm vedanti.com ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য। ]
* [http://tourismassam.blogspot.in/2008/02/music-of-assam.html tourismassamত সন্নিবিষ্ট বাদ্যযন্ত্ৰসমূহৰ তথ্য। ]
{{অসমৰ লোক-সংস্কৃতি}}
|