অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Infobox organization
|name = অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
|image = Assam higher secondary education council logo.png
|alt = Logo of Assam Higher Secondary Education Council
|abbreviation= AHSEC
|size =175px
|caption = ল'গ'
|formation = {{Start date and years ago|1984|06|01}}<ref name=ahsec2>{{cite web|title=About us|url=http://www.ahsec.nic.in/AboutUs.html|work=Assam Higher Secondary Education Council|publisher=Assam Higher Secondary Education Council|accessdate=3 March 2014}}</ref>
|type = ৰাজ্যিক শিক্ষা পৰিষদ
|headquarters = [[গুৱাহাটী]], [[ভাৰত]]
|location = [[বামুণীমৈদাম]], [[গুৱাহাটী]], [[অসম]], [[ভাৰত]]
|leader_title = অধ্যক্ষ
|leader_name = এন এম হুছেইন<ref name=ahsec1>{{cite web|title=Administrative Person Details|url=http://www.ahsec.nic.in/Administration.html|work=Assam Higher Secondary Education Council|publisher=Assam Higher Secondary Education Council|accessdate=3 March 2014}}</ref>
|parent_organization = শিক্ষা মন্ত্ৰালয়, [[অসম চৰকাৰ]]
|language = [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[ইংৰাজী ভাষা|ইংৰাজী]]
|website = [http://www.ahsec.nic.in/ www.ahsec.nic.in]
|results web = [http://www.ahsec.nic.in/Results/index.aspx অনলাইন ৰিজাল্ট লিংক]
}}
 
'''অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ''' ({{lang-en|Assam Higher Secondary Education Council}}) (AHSEC) হৈছে [[অসম চৰকাৰ]]ৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে [[অসম]]ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত ''উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা'' অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।
 
==ইতিহাস==
24 নং শাৰী:
 
==পদবী==
*অধ্যক্ষ (পূৰ্ণকালীন) - তেওঁ সংসদৰ মুখ্য কাৰ্যবাহী বিষয়া। ৰাজ্য চৰকাৰে অধ্যক্ষক ৩ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই নিযুক্তিৰ ম্যাদ আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
*সচিব - তেওঁ হ'ল সংসদৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ সংসদৰ সাধাৰণ প্ৰশাসন, প্ৰতিষ্ঠান, আইনী বিষয়, হিচাপ-নিকাচ, জনসংযোগ, অভিযোগ নিষ্পত্তি, affiliation আৰু সা-সম্পত্তিৰ বাবে দায়বদ্ধ। *পৰীক্ষা নিবন্ত্ৰক - তেওঁ পৰীক্ষা প্ৰশাসন আৰু পৰীক্ষাৰ যাৱতীয় গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ।<ref name="ahsec1"/>
 
31 নং শাৰী:
*শৈক্ষিক বিষয়া
*সহকাৰী সচিব
*আভ্যন্তৰীণঅভ্যন্তৰীণ হিচাপ নিৰীক্ষক
*অধীক্ষক
*সহকাৰী অধীক্ষক