অসম চিকিৎসা মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Infobox university
| name = অসম চিকিৎসা মহাবিদ্যালয়
| native_name =
| image_name = Amc.jpg
| image_size =
| image_alt =
| caption = ছাত্ৰ-ছাত্ৰী
| latin_name = [[:en:Assam Medical College|Assam Medical College]]
| motto =
| mottoeng =
| established = ৩ নৱেম্বৰ,১৯৪৭
| closed =
| type = চিকিৎসা মহাবিদ্যালয়
| affiliation =
| endowment =
| budget =
| budget =
| officer_in_charge =
| chairman =
| chancellor =
| president =
| vice-president =
| provost =
| vice_chancellor =
| rector =
| principal = ডা° হিৰণ্য কুমাৰ গোস্বামী
| superintendent = ডা° এন গগৈ
| dean =
| director =
| head_label =
| head =
| head academic_staff =
| administrative_staff =
| academic_staff =
| students =
| administrative_staff =
| students undergrad =
| undergrad postgrad =
| postgrad doctoral =
| doctoral other =
| city = [[ডিব্ৰুগড়]]
| other =
| state = [[অসম]],
| city = [[ডিব্ৰুগড়]]
| province =
| state = [[অসম]],
| country = [[ভাৰত]]
| province =
| coor =
| country = [[ভাৰত]]
| campus = [[ডিব্ৰুগড়]]
| coor =
| former_names = বেৰী হোৱাইট মেডিকেল স্কুল
| campus = [[ডিব্ৰুগড়]]
| free_label = চমু নাম
| former_names = বেৰী হোৱাইট মেডিকেল স্কুল
| free = এ এম চি
| free_label = চমু নাম
| colors =
| free = এ এম চি
| colors colours =
| colours athletics =
| athletics sports =
| sports nickname =
| nickname mascot =
| affiliations = ভাৰতীয় চিকিৎসা পৰিষদ, ভাৰত চৰকাৰ
| mascot =
| website = [http://www.assammedicalcollege.in/ assammedicalcollege.in]
| affiliations = ভাৰতীয় চিকিৎসা পৰিষদ, ভাৰত চৰকাৰ
| logo =
| website = [http://www.assammedicalcollege.in/ assammedicalcollege.in]
| logo footnotes =
| footnotes =
}}
 
 
'''অসম চিকিৎসা মহাবিদ্যালয়''' ({{lang-en|Assam Medical College}}) অসমৰ পূব প্ৰান্তত অৱস্থিত [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ অন্যতম আৰু আটাইতকৈ পূৰণিপুৰণি চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন [[ডিব্ৰুগড়]] নগৰৰ "বৰবাৰী" অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুস্থানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। ইয়াৰ আগেয়ে ই "বেৰী-হোৱাইট মেডিকেল স্কুল<ref>[http://assammedicalcollege.in/web/history.php অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাস]</ref> নামেৰে জনাজাত আছিল, যিখন ১৯০০ চনত স্থাপিত হৈছিল।
 
==ইতিহাস==
''ছাৰ [[জন বেৰী হোৱাইট]]'' নামৰ এজন বৃটিচ সৈন্যবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াই তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ৫০ হাজাৰ টকা দান দি ১৯০০ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন কৰে। এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল। "বেৰী হোৱাইট মেডিকেল স্কুল"ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।<ref>{{cite journal | title=মহিলা চিকিত্সকৰ ইতিহাস | author=ডাঃ বিজুলী গোস্বামী | journal=সাদিন | year=২০১২ | month=৭ চেপ্তেম্বৰ}}</ref>
 
১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় [[গোপীনাথ বৰদলৈ]]ৰ সভাপতিত্বত অনুস্থিতঅনুষ্ঠিত হোৱা এখন সভাত ''বেৰী হোৱাইট মেডিকেল স্কুল''ক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।<ref>[http://assammedicalcollege.in/web/history.php বেৰী হোৱাইট স্কুল অফ মেডিচিন]</ref> এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত "বেৰী হোৱাইট মেডিকেল স্কুল"ক উন্নীত কৰি "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে উদ্বোধন কৰা হয়। ১৯৫২ চনত ১২ জন ছাত্ৰই প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰে। সেইবছৰতে ই "ভাৰতীয় চিকিৎসা পৰিষদ"ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়। ১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। আৰম্ভণিতে অসমত বেছি অভিজ্ঞ চিকিৎসক নাছিল বাবে জ্যেষ্ঠ অধ্যাপকৰ পদসমূহ পূৰণৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইৰপৰা খ্যাতনামা চিকিৎসক অনা হৈছিল। তেখেতেসকলৰ ভিতৰত আছিল অধ্যাপক জি ডি কাপুৰ, অধ্যাপক পি এন টানেজা, অধ্যাপক এন গুপ্তা, অধ্যাপক বি এইচ্চ্ পি পাই, অধ্যাপক কে এচ গ্ৰেৱাল, অধ্যাপক পি চি নাম্বিয়াৰ, অধ্যাপক আৰ জি কৃষ্ণন, অধ্যাপক এ ই সুন্দৰসন আদি।<ref>[http://dibrugarh.nic.in/amc.htm NIC Dibrugarh]</ref>
 
ডা: হেমচন্দ্ৰ বৰুৱা আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ।
 
==বিভিন্ন পাঠ্যক্ৰম==
{| class="wikitable" border="1" width="40%"
! পাঠ্যক্ৰম !! সময় !! আসন
|-
| এম বি বি এচ || ৫ বছৰ || ১৭০
|-
| স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম || || ১০৯
|-
| স্নাতকোত্তৰ ডিপ্ল'মাৰ পাঠ্যক্ৰম || || ৩২
|-
| ফাৰ্মাচি ডিপ্ল'মাৰ পাঠ্যক্ৰম || || ১০০
|-
| লেব'ৰেটৰী টেকনিচিয়ানৰ পাঠ্যক্ৰম || ||
|-
| ৰেডিঅ'গ্ৰাফাৰ পাঠ্যক্ৰম || ||
|-
| ই চি জি টেকনিচিয়ানৰ পাঠ্যক্ৰম<ref>{{cite web | url=http://assammedicalcollege.in/web/aca_course.php | title=বিদ্যায়তনিক পাঠ্যক্ৰম | publisher=Assam Medical College | accessdate=September 09, 2012}}</ref> || ||
|}
 
==বিভিন্ন বিভাগ==
অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২৫ টা২৫টা বিভাগ আছে। সেইকেইটা হৈছে<ref name="বিভাগসমূহ">{{cite web | url=http://assammedicalcollege.in/web/dept.php | title=অসম চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ | publisher=Assam Medical College | accessdate=September 10, 2012}}</ref>:
 
{{multicol}}
110 নং শাৰী:
* মেডিচিন বিভাগ
* ৰেডিঅ’ডায়েগন’চিচ বিভাগ
* ৰোগতত্বৰোগতত্ত্ব বিভাগ
* শিশু-চিকিৎসা বিভাগ
* শৈল্য-চিকিৎসা বিভাগ
* শৰীৰতত্বশৰীৰতত্ত্ব বিভাগ
* স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
* স্নায়ুৰোগ বিভাগ
124 নং শাৰী:
{| class="wikitable"
|-
! ক্ৰমিক নং !! অধ্যক্ষ !! কাৰ্য্যকাল
|-
| ১ || স্বৰ্গীয় ডা° এইচ. চি. বৰুৱা || ০১-১১-১৯৪৭ পৰা ১৪-১০-১৯৪৮ (প্ৰথম কাৰ্য্যকাল) <br> ১০-০৬-১৯৫৩ ’ৰ পৰা ৩০-১১-১৯৫৫ (দ্বিতীয় কাৰ্য্যকাল)