ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

223.179.221.47 (আলোচনা)-ই কৰা 183421 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{পোখালি}}
{{Infobox language family
|name = ভাৰত-ইউৰোপীয়ান
|region = ১৬শ শতিকাৰ আগতে [[ইউৰোপ]], আৰু [[দক্ষিণ এছিয়া|দক্ষিণ]], [[মধ্য এছিয়া|মধ্য]] আৰু [[দক্ষিণ-পশ্চিম এছিয়া]]; এতিয়া বিশ্বজুৰি।
|familycolor = Indo-European
|family = বিশ্বৰ এটা প্ৰধান [[ভাষা পৰিয়াল|ভাষা পৰিয়াল]]
|protoname = [[প্ৰাক্‌-ভাৰত-ইউৰোপীয় ভাষা|প্ৰাক্‌-ভাৰত-ইউৰোপীয়]]
|child1 = [[আলবেনিয়ান ভাষা|আলবেনিয়ান]]
|child2 = [[এনাটলিয়ান ভাষাসমূহ|এনাটলিয়ান]] (লুপ্ত)
|child3 = [[আৰ্মেনিয়া​ন ভাষা|আৰ্মেনিয়া​ন]]
|child4 = [[বাল্ট’-স্লাভিক ভাষাসমূহ|বাল্ট’-স্লাভিক]] ([[বাল্টিক ভাষাসমূহ|বাল্টিক]] আৰু [[স্লাভিক ভাষাসমূহ|স্লাভিক]])
|child5 = [[কেল্টিক ভাষাসমূহ|কেল্টিক]]
|child6 = [[জাৰ্মানীক ভাষাসমূহ|জাৰ্মানীক]]
|child7 = [[হেলেনিক ভাষাসমূহ|হেলেনিক (গ্ৰীক)]]
|child8 = [[ভাৰত-ইৰাণী ভাষাসমূহ|ভাৰত-ইৰাণী]]
|child9 = [[ইটালিক ভাষাসমূহ|ইটালিক]] ([[ৰোমাঞ্চ ভাষাসমূহ|ৰোমাঞ্চ]] অন্তৰ্ভুক্ত)
|child10 = [[তুষাৰীয় ভাষাসমূহ|তুষাৰীয়]] (লুপ্ত)
|iso2=ine
|iso5=ine
|map = IE countries.svg
|mapcaption={{legend|green|গৰিষ্ঠ সংখ্যক ভাৰত-ইউৰোপীয় ভাষাবাসী থকা দেশসমূহ}}
{{legend|lime|ভাৰত-ইউৰোপীয় ভাষাৰ কম সংখ্যক কওঁতা কিন্তু চৰকাৰী স্বীকৃতি থকা দেশসমূহ}}
}}
'''ভাৰত-ইউৰোপীয় ভাষাসমূহ''' কেইবাশ সম্পৰ্কীয় [[:en:List of Indo-European languages|ভাষা আৰু দোৱান]]ৰ এক [[ভাষা পৰিয়াল]]।<ref>It includes 449 languages and dialects, according to the 2005 [[Ethnologue]] estimate, about half (219) belonging to the [[Indo-Aryan languages|Indo-Aryan]] subbranch.</ref> [[ইউৰোপীয় ভাষাসমূহ]], [[ইৰানীয়ান মালভূমি]], [[দক্ষিণ এছিয়া]] আৰু [[এনাটলিয়া]]ৰ বেছিভাগ প্ৰধান ভাষা ইয়াৰ অন্তৰ্ভুক্ত। [[এনাটলিয়ান ভাষা]] আৰু [[মাইচেনিয়ান গ্ৰীক]]ৰ ৰূপত [[ব্ৰ'ঞ্জ যুগ]]ৰ দিনৰ পৰা ইয়াৰ লিখিত ৰূপ পোৱা গৈছে। সেইহিচাপে [[এফ্ৰ'এছিয়াটিক]] পৰিয়ালৰ পিছতে সকলোতকৈ পুৰণি ইতিহাসসমৃদ্ধ ভাষা পৰিয়াল হোৱা বাবে ই ভাষা ইতিহাসবিদসকলৰ গুৰুত্ব লাভ কৰিছে।
 
প্ৰায় ৩০০ কোটি দেশীয় বাসিন্দাই ভাৰত-ইউৰোপীয় ভাষাসমূহ কয়,<ref>{{cite web|url=http://www.ethnologue.com/ethno_docs/distribution.asp?by=family |title=Ethnologue list of language families |publisher=Ethnologue.com |date= |accessdate=2010-08-07}}</ref> ই যিকোনো ভাষা পৰিয়ালৰ ভিতৰত সকলোতকৈ বেছি। [[এথ্‌ন'ল'গ]]ৰ মতে [[:en:List of languages by number of native speakers|সৰ্বোচ্চ সংখ্যক "দেশীয় কওঁতা" থকা বিশটা ভাষাৰ]] ভিতৰত ভাৰত-ইউৰোপীয় ভাষা বাৰটা: [[স্পেনিছ ভাষা|স্পেনিছ]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[হিন্দী]], [[পৰ্তুগীজ ভাষা|পৰ্তুগীজ]], [[বাংলা ভাষা|বাংলা]], [[ৰাছিয়ান ভাষা|ৰাছিয়ান]], [[জাৰ্মান ভাষা|জাৰ্মান]], [[মাৰাঠী ভাষা|মাৰাঠী]], [[ফ্ৰেঞ্চ ভাষা|ফ্ৰেঞ্চ]], [[ইটালীয়ান ভাষা|ইটালীয়ান]], [[পঞ্জাবী ভাষা|পঞ্জাবী]], আৰু [[উৰ্দু]]। এইবোৰৰ মুঠ বক্তা ১৭০ কোটিৰো অধিক।<ref>{{cite web|url=http://www.ethnologue.com/ethno_docs/distribution.asp?by=size |title=Ethnologue list of languages by number of speakers |publisher=Ethnologue.com |date= |accessdate=2010-08-07}}</ref> কেইবাটাও [[#Suggested macrofamilies|বিতৰ্কিত প্ৰস্তাৱে]] ভাৰত-ইউৰোপীয়ানক আন ভাষা পৰিয়ালৰ লগত সংযোগ কৰিছে।
 
== উদ্ধৃতি আৰু টোকা ==