ভাৰত মহাসাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
[[চিত্ৰ:Indian Ocean-CIA WFB Map.png|thumb|right|300px|ভাৰত মহাসাগৰ]]
'''ভাৰত মহাসাগৰ''' ({{Lang-en|[[:en:Indian Ocean|Indian Ocean]]}}) হৈছে [[পৃথিৱী]]ৰ তৃতীয় বৃহত্তম [[মহাসাগৰ]]। [[পৃথিৱী]]ৰ মুঠ জলভাগৰ ২০ শতাংশ এই মহাসাগৰে অধিকাৰ কৰি আছে।<ref name="Rasul">{{cite book|first=Rasul Bux Rais|title= The Indian Ocean and the Superpowers|publisher=Routledge|year=1986|isbn=0709942419, 9780709942412|url=http://books.google.com/?id=2pMOAAAAQAAJ&pg=PA33&dq=Indian+Ocean+20%25}}</ref> এই মহাসাগৰৰ উত্তৰে আছে [[ভাৰতীয় উপমহাদেশ]]; পশ্চিমে [[পূব আফ্ৰিকা]]; পূবে [[ইন্দোচীন]], [[সুন্দা দ্বীপপুঞ্জ]] আৰু [[অষ্ট্ৰেলিয়া]]; আৰু দক্ষিণে আছে [[দক্ষিণ মহাসাগৰ]] (বা সংজ্ঞাভেদে [[এন্টাৰ্কটিকাএণ্টাৰ্কটিকা]])। ভাৰত মহাসাগৰ হৈছে একমাত্ৰ মহাসাগৰ, যাৰ নামকৰণ কোনো দেশৰ (এইক্ষেত্ৰত [[ভাৰত]]) নামানুসাৰে হৈছে।<ref>[http://books.google.co.in/books?id=pTR2AAAAMAAJ Indo-American relations : foreign policy orientations and perspectives of P.V. Narasimha Rao and Bill Clinton] By Anand Mathur; Page 138 ''"India occupies the central position in the Indian- Ocean region that is why the
Ocean was named after India"''</ref><ref>[http://books.google.co.in/books?id=_P4MAAAAIAAJ Politics of the Indian Ocean region: the balances of power] By Ferenc Albert Váli; Page 25</ref><ref>[http://books.google.co.in/books?id=wUzKCZxvNQoC&pg=SA12-PA251 Geography Of India For Civil Ser Exam] By Hussain; Page 12-251; ''"INDIA AND THE GEO-POLITICS OF THE INDIAN OCEAN"''(16-33)</ref>
 
ভাৰত মহাসাগৰ [[বিশ্ব মহাসাগৰ]]ৰ সৈতে আন্তঃসম্পৰ্কযুক্ত। ভাৰত মহাসাগৰৰ ঘনত্ব ২৯,২১,৩১,০০০ ঘন কিলোমিটাৰ (৭,০০,৮৬,০০০ ঘন মাইল)।<ref name="Bibliography">{{cite book|last=Donald W. Gotthold|first=Julia J. Gotthold|title=Indian Ocean: Bibliography|publisher=Clio Press|year=1988|isbn=1851090347|url=http://books.google.com/?id=ujoRAAAAYAAJ&q=292,131,000+cubic+kilometers&dq=292,131,000+cubic+kilometers}}</ref> মহাসাগৰখনৰ মহাদেশীয় প্ৰান্তসীমাত বহুতো সৰু সৰু দ্বীপ অৱস্থিত। এনে প্ৰধান [[দ্বীপৰাষ্ট্ৰ]]সমূহ হৈছে [[মাদাগাস্কাৰ]] (পৃথিৱীৰ চতুৰ্থ বৃহত্তম দ্বীপ), [[ৰিইউনিয়ন দ্বীপ]], [[কোমোৰোজ]], [[চেচেলেস]], [[মালদ্বীপ]], [[মৰিচাচ]] আৰু [[শ্ৰীলঙ্কা]]। [[ইণ্ডোনেছিয়া]] দ্বীপপুঞ্জ এই মহাসাগৰৰ পূৰ্ব সীমাত অৱস্থিত।
 
== তথ্যসূত্ৰ ==