ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লিংক যোগ, I have added T-20 along with ODI and Test
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''ভাৰতৰ জাতীয় ক্ৰিকেট দল'''টোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো [[ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে]] (BCCI) পৰিচালনা কৰে। ই [[আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ]]ৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত [[এদিনীয়া ক্ৰিকেট|এদিনীয়া]](ODI), [[টি-টুৱেন্টিটুৱেণ্টি]](T-20) আৰু [[টেষ্ট ক্ৰিকেট]] খেলে।
 
ভাৰতত ইউৰোপীয়ান ব্যৱসায়ী নাবিক সকলে ক্ৰিকেট খেলৰ আৰম্ভণি কৰিছিল, ১৯৭২ চনত [[কলকাতা]]ত ভাৰতৰ প্ৰথম ক্ৰিকেট ক্লাব গঠন হৈছিল, আৰু ১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰত জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। আৰম্ভণিৰ পঞ্চাছ বছৰত দলটো আন্তৰ্জাতিক স্তৰত এটা অতি দূৰ্বলদুৰ্বল দল আছিল, সেই সময়ছোৱাত খেলা মুঠ ১৯৬ খন১৯৬খন খেলৰ মাত্ৰৰ ৩৫ খনতহে জয়লাভ কৰিছিল। ১৯৭০ দশকৰ পাছৰ পৰা বেটছমেন [[সুনীল গাভাস্কাৰ]] আৰু [[গুণ্ডাপ্পা বিশ্বনাথ]], অল-ৰাউণ্ডাৰ [[কপিল দেৱ]] আৰু ভাৰতীয় স্পীনাৰ – [[ইৰাপল্লী প্ৰসন্ন]] আৰু [[শ্ৰীনিৱাস ভেংকটৰাঘৱন]]
(দুয়োজন অফ স্পীনাৰ), [[ভগৱত চন্দ্ৰশেখৰ]] (লেগ স্পীনাৰ), আৰু
[[বিষেণ সিং বেদী]] (বাওঁহতীয়া স্পীনাৰ)ৰ দৰে খেলুৱৈৰ অৱদানত দলটো ক্ৰমে শক্তিশালী হবলৈ আৰম্ভ কৰে। সাধাৰণতে ঘৰুৱা খেলপথাৰত শক্তিশালী কিন্তু বাহিৰত দূৰ্বলদুৰ্বল দলটোৰ প্ৰদৰ্শন একবিংশ শতিকাৰ পৰাহে, [[অষ্ট্ৰেলিয়া]], [[ইংলেণ্ড]] আৰু [[দক্ষিণ আফ্ৰিকা]]ত টেষ্ট মেচ জয়েৰে, উন্নত হবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে দলটোৱে দুবাৰকৈ [[বিশ্বকাপ ক্ৰিকেট]]ত চুড়ান্তচূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে – ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত [[মহেন্দ্ৰ সিং ধোনি]]ৰ নেতৃত্বত। ২০১১ চনত বিশ্বকাপ জয়েৰে, [[ৱেষ্ট ইণ্ডিছ]] আৰু [[অষ্ট্ৰেলিয়া]]ৰ পাছত একাধিকবাৰ বিশ্বকাপ জয়ী, আৰু ঘৰতে বিশ্বকাপ জয়কৰা প্ৰথম দলৰূপে পৰিগনিতপৰিগণিত হয়। ধোনিৰ নেতৃত্বত ভাৰতে ২০০৭ চনত [[আই চি চি বিশ্ব টুৱেন্টি২০টুৱেণ্টি২০]] আৰু ২০১৩ চনত [[আইচিচি চেম্পিয়ন্চচেম্পিয়ঞ্চ ট্ৰফী]] জয় কৰে। ২০০২ চনত ভাৰতে [[শ্ৰীলংকা]]ৰ লগত যুটীয়াকৈও আইচিচি চেম্পিয়ন ট্ৰফী জয় কৰিছিল।
 
২০১৫ চনৰ ১ মাৰ্চত, ভাৰতে ICCৰ তালিকাত টেষ্ট ক্ৰিকেটত সপ্তদশ স্থান আৰু এদিনীয়া তথা [[ টুৱেন্টি২০টুৱেণ্টি২০|টি২০]]ত দ্বিতীয় স্থান লাভ কৰে। বৰ্তমান ভাৰত জাতীয় ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক [[বিৰাট কোহলি]] আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হৈছে [[মহেন্দ্ৰ সিং ধোনি]]।
 
== বিশ্বকাপ ক্ৰিকেট দল, ২০১৫ ==