ভাৰতীয় নাগৰিকত্ব আইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Infobox legislation
| shorttitle =ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫
| image =
| imagesize = 150
| imagelink =
| imagealt =
| caption =
| longtitle = An Act to provide for acquisition and determination of Indian citizenship.
| citation = [http://mha.nic.in/pdfs/ic_act55.pdf Act No. 57 of 1955]
| enactedby = [[Parliament of India|ভাৰতৰ সংসদ]]
| dateenacted =
| dateassented = ৩০ ডিচেম্বৰ ১৯৫৫
| datesigned =
| datecommenced =
| bill =
| billcitation =
| billdate =
| introducedby =
| 1streading =
| 2ndreading =
| 3rdreading =
| whitepaper =
| committeereport =
| amendments = The Citizenship (Amendment) Act, 1986, the Citizenship (Amendment) Act, 1992, [http://rajyasabha.nic.in/legislative/amendbills/XXXIX_2003.pdf the Citizenship (Amendment) Act, 2003], and the Citizenship (Amendment) Act, 2005
| repeals =
| related =
| summary = Along with the Constitution of India, the Citizenship Act, 1955 is the exhaustive law relating to citizenship in India.
| keywords =
}}
 
[[ভাৰতীয় সংবিধান]]ৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে ।হৈছে। ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-
# জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিছত [[ভাৰত]]ত জন্ম হয়।
# দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্ৰে অৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে। এই ক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।কৰিব।
# পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি )
# স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰেপাৰে।
# কোনো নতুন অঞ্চল ভাৰতৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে সেই অঞ্চলৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰেকৰে।
 
নাগৰিকত্ব হেৰুৱাব পৰা কাৰণসমূহ হ’ল-
# দুখন দেশৰ নাগৰিকত্ব থাকিলে কোনো ব্যক্তিয়ে স্বচ্ছাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে।
# বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে।
# জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয়।
#দেশৰ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলেকৰিলে।
#যদিহে কোনো ব্যক্তিয়ে নিজৰ দেশৰ চৰকাৰৰ অনুমতি নোহোৱাকৈ অন্য দেশৰ সন্মান,পদবী গ্ৰণহ কৰে তেন্তে তেওৰ নাগৰিকত্ব বিলুপ্ত হব পাৰে।
#বিবাহসূত্ৰে কোনো ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে পূৰ্বৰ নাগৰিকত্ব বিলুপ্ত হয়।