ভাৰতীয় ডাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
10 নং শাৰী:
}}
 
'''ভাৰতীয় ডাক বিভাগ''', যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে [[ভাৰত]]ৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়৷যায়।
==ইতিহাস==
===প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)===
[[File:British-era letter box in Shimla, India.jpg|thumb|200px|ছিমলাত থকা এটা বৃটিছ যুগৰ পোষ্ট বক্স|alt=Tall, round red mailbox with decorative crown on top]]
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে [[ভাৰত]]ত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয়৷হয়।<ref>{{cite web|last=Kaul|first=Chandrika|title=From Empire to Independence: The British Raj in India 1858–1947.|url=http://www.bbc.co.uk/history/british/modern/independence1947_01.shtml|accessdate=3 March 2011}}</ref> ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল৷হৈছিল।
১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়৷হয়।
===স্বাধীনোত্তৰস্বাধীনতা-উত্তৰ কাল===
স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়৷লয়। ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে৷কৰে। স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে৷আহিছে।
====কম্পিউতেৰাইজেচন====
১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল৷হৈছিল।
* গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে৷বাবে।
* ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে৷বাবে।
* ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে৷বাবে।
* ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে৷বাবে।
* ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে৷বাবে।
 
২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়৷হয়।<ref>{{cite web|url=http://www.punjabkesari.in/punjab/news/12052012 |title=India News in Hindi, Latest Hindi News Punjab & World News, Hindi Newspaper |publisher=Punjabkesari.in |date= |accessdate=2012-06-07}} {{Dead link|date=October 2012}}</ref>
 
====অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)====
২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে৷বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল৷ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো [[ভাৰতীয়]]ৰ বাবে মুকলি কৰি দিয়া হয়৷হয়।<ref>{{cite press release | url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=103665 | title=RTI Process gets Further Boost with the Introduction of ‘e-Indian Postal Order’ for all by the Department of Posts | publisher=PIB | date=13 February 2014 | accessdate=16 February 2014}}</ref>
 
==সংগঠন==