শূন্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
3 নং শাৰী:
}}
 
'''শূন্য''' বা '''০''' ('''zero'''; {{IPAc-en|icon|ˈ|z|iː|r|oʊ}} {{respell|ZEER|oh}}এটা [[অংক]] যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো [[স্থানীয় মান পদ্ধতি|স্থানীয় মান পদ্ধতিত]] এক অপৰিহাৰ্য প্ৰতীক। <ref>{{cite book
|title=Principles of mathematics
|edition=2
12 নং শাৰী:
|isbn=1-440-05416-9
|page=125
|url=http://books.google.com/books?id=63ooitcP2osC}}, [http://books.google.com/books?id=63ooitcP2osC&pg=PA125 Chapter 14, page 125]</ref> ইয়াৰ বাহিৰে ই এটা [[সংখ্যা|সংখ্যাও]] হয়। দুয়োটা ৰূপতে [[গণিত|গণিতত]] ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ৷ইশব্দ। ই গণিতত এক কেন্দ্ৰীয় ভূমিকা পালন কৰি গোটা সংখ্যা, বাস্তৱ সংখ্যা আৰু বিভিন্ন বীজগণিতীয় গঠনৰ যোগাত্মক অভেদ হিচাপে কাম কৰে। এককভাৱে শূন্যই অস্তিত্বহীনতা বুজাই আৰু অংক হিচাপে ই সংখ্যাৰ মান নিৰূপণ কৰে।
ভাৰতীয় গণিতজ্ঞসকলে পোন প্ৰথমবাৰৰ বাবে শূন্যক সংখ্যা হিচাপে ব্যৱহাৰ কৰিছিল৷নৱমকৰিছিল। নৱম শতিকাত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰিক গণনাত শূন্যৰ ব্যৱহাৰ কৰা হৈছিল৷৪৯৮হৈছিল। ৪৯৮ খ্ৰীষ্টাব্দত ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টই উল্লেখ কৰিছিল-"স্থানাৎ স্থানম্ দসগুণম্ স্যাত"৷অৰ্থাৎ। অৰ্থাৎ কোনো সংখ্যাৰ প্ৰত্যেক অংকৰে মান তাৰ পিছৰ অংকটোৰ দহগুণ৷ইয়াকেদহগুণ। ইয়াকে দশমিক ভিত্তিত স্থানমান নিৰ্ণয়ৰ পদ্ধতি অৰ্থাৎ দশমিক পদ্ধতিৰ আৰম্ভণি আখ্যা দিয়া হয়৷শূন্যৰেহয়। শূন্যৰে সৈতে দশমিক পদ্ধতিৰ প্ৰাচীনতম লিখিত প্ৰয়োগ হিচাপে ৪৫৮ খ্ৰীষ্টাব্দত ৰচিত জৈন পুথি '''লোকবিভাগ''' উল্লেখনীয়৷শূন্যৰউল্লেখনীয়। শূন্যৰ চিহ্ন হিচাপে এটি সৰু বৃত্তৰ প্ৰথম ব্যৱহাৰ দেখা যায় গোৱালিয়ৰৰ চতুৰ্ভুজ মন্দিৰত প্ৰাপ্ত ৮৭৬ খ্ৰীষ্টাব্দত লিপিবদ্ধ এখন শিলালিপিত৷শিলালিপিত। ব্ৰহ্মগুপ্তৰ "ব্ৰহ্মস্পুত সিদ্ধান্ত" নামৰ গ্ৰন্থখনত শূন্যৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ কিছুমান নিয়ম আগবঢ়াইছে---
*শূন্য আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সদায় ঋণাত্মক৷ঋণাত্মক।
*শূন্য আৰু এটা ধনাত্মক সংখ্যাৰ যোগফল সদায় ধনাত্মক৷ধনাত্মক।
*শূন্য আৰু শূন্যৰ যোগফল সদায় শূন্য৷শূন্য।
*এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সিহঁতৰ অন্তৰ বা শূন্য
যদিহে সিহঁত সমান৷সমান।
*শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য পোৱা যায়৷যায়।
ইয়াৰে শেষৰটো সিদ্ধান্ত আধুনিক সিদ্ধান্তৰ লগত নিমিলে৷কাৰণনিমিলে। কাৰণ আধুনিক পদ্ধতিত শূন্য আৰু শূন্যৰ হৰণফল অনিৰ্ণেয় আৰু যিকোনো অশূন্য সংখ্যাক শূন্যৰে হৰণফল ঋণাত্মক বা ধনাত্মক অসীম বুলি ধৰা হয়৷হয়।
 
 
"https://as.wikipedia.org/wiki/শূন্য"ৰ পৰা অনা হৈছে