১০ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Calendar|month=02|lk=on|float=right}}
'''১০ ফেব্ৰুৱাৰী''' {{En|10 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪১তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪ টা৩২৪টা দিন ([[অধিবৰ্ষ]]ত ৩২৫ দিন) বাকী থাকে৷থাকে।
==উল্লেখযোগ্য ঘটনা==
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
*১২৫৮ – [[মোগল]]সকলে [[বাগদাদ]] আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংশধ্বংস কৰে।
*২০১৩ – [[কুম্ভ মেলা]]ৰ সময়ত ভাৰতৰ [[এলাহবাদ]]ত সংঘটিত এক হত্যাকাণ্ডত ৩৬ জন লোক নিহত আৰু আৰু অন্য ৩৯ জন লোক আহত হয়।
==জন্ম==
*১৮৪৭ – বাংলাদেশী কবি-সাহিত্যিক নবিনচন্দ্ৰ সেনৰ জন্ম (মৃত্যু ১৯০৯ চন)