১৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১৫ ডিচেম্বৰ''' {{enwiki|15 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৯ তম ([[অধিবৰ্ষ]]ত ৩৫০ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭ টা১৭টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –
==জন্ম==
#অসমৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী [[প্ৰস্তুতি পৰাশৰ]]ৰ জন্মদিন।
 
==মৃত্যু==
8 নং শাৰী:
 
==ঘটনাৰাজী==
# যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত ১৮৮৪ চনৰ আজিৰ দিনটোৰে পৰা পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়হয়।
# নাট্যকাৰ -আভিনেতা [[দুৰ্গেশ্বৰ বৰঠাকুৰ]]ৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
# ১০২৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰেকৰে।
# ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক [[এণ্টোইন হেনৰী বেকাৰেল]]ৰ জন্ম হয় ১৮৫২ চনৰ আজিৰ দিনটোতেদিনটোতে।
# ১৮৬০ চনৰ আজিৰ দিনটোতে চিকিৎসা-বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক [[নীলছ ৰাইচবাৰ্গ]]ৰ জন্ম হয় ।হয়। ১৯০৩ চনৰ আজিৰ দিনটো তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# পৃথিৱীৰ ১১৭ খন১১৭খন দেশৰ[ [[গেট চুক্তি]]ত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে ১৯৯৩ চনৰ আজিৰ দিনটোতে।
 
== বাহ্যিক সংযোগ ==