১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Wikified
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা৬০টা দিন বাকী থাকে৷থাকে।
 
==ঘটনাৰাজী==
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
*১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
*১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
*১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
*১৯৬৬ চনৰ আজিৰ দিনটোতে [[পঞ্জাব, ভাৰত|পঞ্জাব]] দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু [[হাৰিয়ানা]] গঠন হয়। উভয়ৰে ৰাজধানী হয় [[চণ্ডীগড়]]।
*১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম [[কৰ্ণাটক]] কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে [[লাক্ষাদ্বীপ]] কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
*১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী [[ঐশ্বৰ্য ৰায় বচ্চন]]ৰ জন্ম হয়।
*১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
*২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি [[ছত্তীছগঢ়]] ৰাজ্য গঠন কৰা হয়।
*২০০০ চনৰ আজিৰ দিনটোতে [[হৰেকৃষ্ণ ডেকা]]ৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে।
*২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰন্যায়ালয়ৰ মুখ্য ন্যায়ধীশন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
*১৯৫৫ চনৰ আজিৰ দিনটোত [[কিৰিপ চলিহা]]ৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।
*১৯৩৮ চনৰ আজিৰ দিনটোত [[মধুৰাম বড়ো]]ৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷স্নাতকোত্তৰ।
*১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১_নৱেম্বৰ"ৰ পৰা অনা হৈছে