১৯ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১৯ নৱেম্বৰ''' {{enwiki|19 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩২৩ তম ([[অধিবৰ্ষ]]ত ৩২৪ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৪২ দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
== ঘটনাৰাজী ==
 
# ১৯৮২ চনৰ আজিৰ দিনটোতে [[ভাৰত]]ৰ উত্তৰ-পূৰ্বাঞ্চলত [[টেলিভিছন]] সম্প্ৰচাৰ কৰা হয়৷হয়।<ref name=":0">[http://www.niyomiyabarta.org/19112018/index.php নিয়মীয়া বাৰ্তা , ১৯ নৱেম্বৰ, ২০১৮; http://www.niyomiyabarta.org/19112018/index.php]</ref>
 
# ১৯৬৯ চনৰ আজিৰ দিনটোত [[চন্দ্ৰ]]ত মানুহৰ পদাৰ্পণ হয়৷হয়।<ref name=":0" />
 
=== জন্ম ===
 
# ১৯১৭ চনৰ আজিৰ দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ৰ জন্ম হৈছিল৷হৈছিল।<ref name=":0" />
# ১৯২২ চনৰ আজিৰ দিনটোত সংগীতজ্ঞ [[সলিল চৌধুৰী]]ৰ জন্ম হৈছিল৷হৈছিল।<ref name=":0" />
 
=== মৃত্যু ===