১৭ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
* ১৮২৬ চনৰ এই দিনটোতে জাৰ্মান গণিতজ্ঞ [[বাৰ্নহাৰ্ড ৰিমান]]ৰ জন্ম হৈছিল।
* ১৯৫০ চনৰ এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী [[নৰেন্দ্ৰ মোদী]]ৰ জন্ম হৈছিল।
* ১৯৫১ চনৰ এই দিনটোত অসমৰ কণ্ঠশিল্পী [[চাৰু গোহাঁই]]ৰ জন্ম হৈছিল।
* ১৯৮৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ [[ৰবিচন্দ্ৰন অশ্বিন]]ৰ জন্ম হৈছিল।
 
==মৃত্যু==
* ২০১৮ চনত এই দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা [[আন্না ৰাজম মলহোত্ৰা]] মৃত্যু হয় (জন্ম: ১৯২৭)।
 
==অন্যান্য==