"১২ আগষ্ট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
 
==জন্ম==
# ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী [[বিক্ৰম সাৰাভাই]]ৰ জন্ম হৈছিল।
# ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ জন্ম হৈছিল।
 
== মৃত্যু==
# ১৬০২ চনৰ এই দিনটোতে আকবৰ নামে খ্যাত [[অবুল ফজল]]ৰ মৃত্যু হৈছিল।
# ১৮৪৮ চনৰ এই দিনটোতে ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক [[জৰ্জ ষ্টিফেনচন]]ৰ মৃত্যু হৈছিল।
# ১৯৫৫ চনৰ এই দিনটোত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল।
 
==অনান্য==
# [[আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস]] ([[ৰাষ্ট্ৰসংঘ]])
# ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল [[নীলমণি ফুকন]]।
# ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:12 August|১২ আগষ্ট}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/august/12 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
3,780

টা সম্পাদনা