১১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম ==
# ১৮৮৫ চনৰ আজিৰ দিনটোতে ঔপন্যাসিক, কবি গল্পকাৰ [[ডি এইচ লৰেন্স]]ৰ ইংলেণ্ডত জন্ম হয়।
# ১৮৯৫ চনৰ আজিৰ দিনটোতে [[মহাত্মা গান্ধী]]ৰ প্ৰধান শিষ্য ভাৰতৰত্ন আচাৰ্য ‘‘[[বিনোৱা ভাৱে]]’’ৰ জন্ম হৈছিল৷হৈছিল।
 
==মৃত্যু ==
# ১৯৩৩ চনৰ আজিৰ দিনটোতে ইংৰাজ মিছনেৰী, বিশিষ্ট সমাজ সেৱিকা সংস্কাৰক [[এনি বেছান্ত]]ৰ মৃত্যু হয়।
# ১৯৪৮ চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ জন্মদাতা [[মহম্মদ আলী জিন্না]]ৰ মৃত্যু হয়৷হয়।
 
==অনান্য==
# ১৮৯৩ চনৰ আজি দিনটোতে [[স্বামী বিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
# ১৯৭৮ চনত [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।
# ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
 
== বাহ্যিক সংযোগ ==