১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১১ অক্টোবৰ''' ({{lang-en|11 October}}) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৪ তম (অধিবৰ্ষত ২৮৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮২ টা৮২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
 
==ঘটনা==
* ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
* ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয়।
* ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ [[অমিতাভ বচ্চন]]ৰ জন্ম হয়।
* ১৮৮৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হয়।
* ১৯১৯ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেপাৰপৰ মৃত্যু হয়।
* ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
* ২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
* ২০০৪ চনৰ আজিৰ দিনটোতে ছুপাৰমেন ৰূপে খ্যাত ক্ৰিষ্টোফাৰ ৰীডৰ মৃত্যু হয়।
* ২০০৬ চনৰ আজিৰ দিনটোতে কিৰণ দেশাইলৈ তেওঁৰ " দি ইনহেৰিটেন্স অব্ লছ "" উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে।
* ২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয় ।হয়। এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সীয়ালবয়সিয়াল ব্যক্তি।
 
{{commons|Category:11 October|১১ অক্টোবৰ}}