১২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
9 নং শাৰী:
# প্ৰসিদ্ধ বঙালী সাহিত্যিক [[বিভূতিভূষণ বন্দ্যোপাধ্যায়]]ৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’।
# লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয় ১৭৮৬ চনৰ আজিৰ দিনটোতে।
# ১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাছীফৰাচী বিজ্ঞানী [[ইৰেন জোলিঅ কুৰী]]ৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ [[ন'বেল বঁটা|নোবেল বঁটা]] লাভ কৰিছিল।
# ১৯১৩ চনৰ এই দিনটোতে ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট জেছি অ'ৱেন্সৰ জন্ম হৈছিল।
 
{{Months}}