১৬ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
১/ ১৮৮৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মাৰ্কিনআমেৰিকান নাট্যকাৰ [[ইউজিন অ' নীল]]ৰ জন্ম হয়হয়।
 
২/ ১৯৬৮ চনৰ আজিৰ দিনটোতে [[হৰগোবিন্দ খোৰানা]]লৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয়হয়।
 
৩/ ১৯০৮ চনৰ আজিৰ দিনটোতে কবি , সাহিত্যিক [[বিৰিঞ্চি কুমাৰ বৰুৱা]]ৰ জন্ম হয়হয়।
 
৪/ ১৯০৫ চনৰ আজিৰ দিনটোতে [[লৰ্ড কাৰ্জন]]ৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়হয়।
 
৫/ ১৭৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ আমেৰিকাত জন্ম হয়হয়।
 
৬/ ১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয়হয়।
 
৭/ ১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয়হয়।
 
৮/ ১৯৯০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা [[নেলছন মেণ্ডেলা]]লৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়হয়।
 
৯/ ১৯৫১ চনৰ আজিৰ দিনটোতে ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী মন্ত্ৰী লিয়াকৎ আলী খানৰ মৃত্যু হয়হয়।
 
১০/ আজি বিশ্ব খাদ্য দিৱসদিৱস।
 
[[শ্ৰেণী:অক্টোবৰ]]