১৬ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''১৬ নৱেম্বৰ''' {{enwiki|16 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে...
 
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১৬ নৱেম্বৰ''' {{enwiki|16 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩২০ তম ([[অধিবৰ্ষ]]ত ৩২১ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৫ টা৪৫টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৯৯৮ চনৰ আজিৰ দিনটোত নামেৰী অভয়াৰণ্যক " [[নামেৰী ৰাষ্ট্ৰীয় উদ্যান]] " হিচাপে ঘোষণা কৰা হয়।
# প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাহিত্যিক [[বেণুধৰ শৰ্মা]]ৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতেদিনটোতে।
# আজি [[বড়ো সাহিত্য সভা]]ৰ প্ৰতিষ্ঠা দিৱস ।দিৱস। আজিৰ দিনটোতে কোকৰাঝাৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠিত হয়হয়।
# ১৯৪৯ চনৰ আজিৰ দিনটোতে [[ভাৰতৰ সংবিধান ]]ৰচনাৰ কাম সম্পূৰ্ণ হয়হয়।
# ১৯৯২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ [[বীৰেন্দ্ৰ কুমাৰ ফুকন]]ৰ পৰলোক প্ৰাপ্তি হয়।
# ঝান্সীৰ [[ৰাণী লক্ষ্মীবাই]]ৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰকৃত নাম মণিকাৰ্ণিকামণিকাৰ্ণিকা।
# মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা ‘‘হোৱাই দিছ কোলাৱেৰী ডি’’ শীৰ্ষক গীতটো ২০১১ চনৰ আজিৰ দিনটোতেই এই গীতটো মুক্তি দিয়া হৈছিল ৷হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে ৷ধনুষে।
# স্বনামধন্য ক্ৰিকেটাৰ [[শচীন ৰমেশ তেণ্ডুলকাৰ]]-এ তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে ২০১৩ বৰ্ষৰ আজিৰ দিনটোতেদিনটোতে।
# ১৮৯৩ চনৰ আজিৰ দিনটোতে [[এনী বেছান্টবেছাণ্ট]] ভাৰতলৈ প্ৰথমবাৰ আহেআহে।
# ১৯৯৮ চনৰ আজিৰ দিনটোত ঘটিছিল এক মহাজাগতিক পৰিঘটনা ৷পৰিঘটনা। ইয়াৰ ফলত বিভিন্ন ঠাইত [[উল্কাবৃষ্টি]] হয়হয়।
# পাকিস্তানৰ সামৰিক শাসক [[পাৰভেজ মুছাৰফ]] ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# দক্ষিণ আফ্ৰিকাৰ লুৱাণ্ডাৰ বিমান বন্দৰৰ কাষত এখন ৰুছ বিমান বিধ্বস্ত হৈ ৪৫জন যাত্ৰীয়ে মৃত্যুক সাৱতি লৈছিল ২০০০ চনৰ আজিৰ দিনটোতেদিনটোতে।
 
== বাহ্যিক সংযোগ ==