১১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১১ নৱেম্বৰ''' {{enwiki|11 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩১৫ তম ([[অধিবৰ্ষ]]ত ৩১৬ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০ টা৫০টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী [[মৌলানা আবুল কালাম আজাদ]]ৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত [[ৰাষ্ট্ৰীয় শিক্ষা দিৱস]] হিচাপে পালন কৰা হয়।
# আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ পৰলোক প্ৰাপ্তি ঘটে।
# ১৯৭০ চনৰ আজিৰ দিনটোতে [[মহেন্দ্ৰ মোহন চৌধুৰী]]য়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
# সাহিত্যিক [[ৰমা দাস]]ৰ মৃত্যু হয় আজিৰ দিনটোতে।
# ৰাছিয়াৰ সাহিত্যিক [[ডষ্টযেভস্কি]]ৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
# কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি [[ব্ৰহ্ম সমাজ]] প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
# চৰকাৰীভাৱে [[প্ৰথম মহাসমৰ]]ৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
# অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক [[হিটলাৰ]]ক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
# ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
# মালদ্বীপ গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
# [[আকাশ টেবলেট]] হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিচ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা [[এণ্ড্ৰইড]] প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত৷যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
 
== বাহ্যিক সংযোগ ==