১২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

reflist
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯ টা১৯টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়।
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
* ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ [[ছাইনা নেহৱাল]]-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল।
* ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী [[মেধা পাটকৰ]]ৰ জন্ম হৈছিলহৈছিল।
* ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ [[ৰজনীকান্ত]]ৰ জন্ম হয়হয়।
* ১৯৪৮ আজিৰ দিনটোতে [[দক্ষিণ কোৰিয়া]]ক নৱ ৰাষ্ট্ৰৰূপে [[ৰাষ্ট্ৰসংঘ]]ই স্বীকৃতি প্ৰদান কৰেকৰে।
 
==তথ্য সংগ্ৰহ==