১২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Calendar|month=02|lk=on|float=right}}
'''১২ ফেব্ৰুৱাৰী''' {{En|12 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৪৩তম [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২ টা৩২২টা দিন ([[অধিবৰ্ষ]]ত ৩২৩ দিন) বাকী থাকে৷থাকে।
==উল্লেখযোগ্য ঘটনা==
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
*১৮৫৫ চনৰ আজিৰ দিনটোতে মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।
*১৫০২ চনৰ আজিৰ দিনটোতে [[ভাস্কো দা গামা]]ই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
*১৯৬১ চনৰ আজিৰ দিনটোতে [[শুক্ৰ গ্ৰহ]]লৈ লক্ষ্য কৰি [[ছ'ভিয়েট ইউনিয়ন|ছোভিয়েট ইউনিয়নে]] ভেনেৰা-১ উৎক্ষেপণ কৰে।
*১৮৭৭ চনৰ আজিৰ দিনটোতে প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
*১৯৯৩ ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।
==জন্ম==
*১৮০৯ চনৰ আজিৰ দিনটোতে বিবৰ্তনবাদৰ জনক, জীৱবিজ্ঞানী [[চাৰ্লছ ডাৰউইন]]ৰ জন্ম (মৃত্যু ১৯ এপ্ৰিল, ১৮৮২)।
*১৮০৯ চনৰ আজিৰ দিনটোতে মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম হৈছিল (মৃত্যু ১৫ এপ্ৰিল, ১৮৬৫)
*১৮২৪ চনৰ আজিৰ দিনটোতে আৰ্য সমাজ প্ৰতিষ্ঠাতা মহৰ্ষি দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল (মৃত্যু ৩০ অক্টোবৰ, ১৮৮৩)
*১৯২০ চনৰ আজিৰ দিনটোতে [[দাদাচাহেব ফাল্কে বঁটা]] বিজয়ী অভিনেতা প্ৰাণৰ জন্ম হৈছিল। ২০০৩ চনত তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল।
==মৃত্যু==
*১৮০৪ চনৰ আজিৰ দিনটোতে জাৰ্মান দাৰ্শনিক ইমানুয়েল কান্টৰকাণ্টৰ মৃত্যু হয় (জন্ম ২২ এপ্ৰিল, ১৭২৪)
==দিৱস==
*আজি [[ম্যানমাৰ]]ত একতা দিৱস