২৯ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=01}}
'''২৯ জানুৱাৰী''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন ([[অধিবৰ্ষ]]ত ৩৩৭ দিন) বাকী থাকে।
== উল্লেখযোগ্য ঘটনা ==
* [[১৯৯৬]] - [[ভেনিছ]]ৰ লা ফেনিছ অপেৰা হাউছ অগ্নিকাণ্ডত জাহ যায়।
* [[২০১৫]] - [[মালয়েছিয়া]]ৰ সন্ধানহীন হোৱা [[মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০]]ক দুৰ্ঘটনা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক মৃত হিচাপে ঘোষণা কৰে।
== জন্ম ==
* [[১৮৪৩]] - [[উইলিয়াম মেকিনলি]], [[মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ২৫তম ৰাষ্ট্ৰপতি।
* [[১৮৬০]] - [[আণ্টন চেখভ|আণ্টন পাভলোভিচ চেখভ]], ৰোছী চিকিৎসক, চুটী-গল্পকাৰ আৰু নাট্যকাৰ।
* [[১৯২৬]] - [[আব্দুছ ছালাম]], [[ন'বেল পুৰস্কাৰ]] বিজয়ী এজন [[পাকিস্তান|পাকিস্তানী]] তত্ত্বীয় পদাৰ্থবিজ্ঞানী।
* [[১৯৫৪]] - [[ওপ্‌ৰাহ উইন্‌ফ্ৰে]], মাৰ্কিনআমেৰিকান টেলিভিশন ব্যক্তিত্ব।
* [[১৮৯০]] - [[সুশীল কুমাৰ দে|ড. সুশীল কুমাৰ দে]], [[ঢাকা বিশ্ববিদ্যালয়]]ৰ কৃতী শিক্ষক আছিল।