২৫ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৮৬৬ চনৰ আজিৰ দিনটোতে জীৱবিজ্ঞানী [[টমাছ হাণ্ট মৰ্গান]]ৰ জন্ম হৈছিল। ১৯৩৩ চনত তেওঁ চিকিত্সা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# ১৮৯৭ চনৰ আজিৰ দিনটোতে মাৰ্কিনআমেৰিকান ঔপন্যাসিক [[উইলিয়াম ফকনাৰ]]ৰ জন্ম হৈছিল।
 
==মৃত্যু==
# ১৮৬৭ চনৰ আজিৰ দিনটোতে বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত [[মাইকেল ফেৰাডে]]ৰ জন্ম হৈছিল।
তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
# ১৯৪২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সেনানী [[হেমৰাম বৰা]] মিলিটেৰীৰ গুলিত মৃত্যুৰ মুখত পৰে৷পৰে।
# ১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক [[এৰিক মাৰিয়া ৰেমাৰ্ক]]ৰ মৃত্যু হৈছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল ''অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট''। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
# ২০১২ চনৰ আজিৰ দিনটোতে [[নীল আৰ্মষ্ট্ৰং]]ৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়কআছিল।
 
==অনান্য==
# ১৫২৪ চনত আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো ডা-গামা]]ৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমণ ঘটিছিল।
# ১৮৮৮ আজিৰ দিনটোতেই অসমীয়া সাহিত্য বিষয়ক সংগঠন বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় [[অসমীয়া ভাষা উন্নতি সাধিনী সভা]]ৰ জন্ম হৈছিল।
# ১৯৮৬ চনৰ আজিৰ দিনটোতে কেমেৰুণত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত ১৫০০ লোকৰ মৃত্যু হয়৷হয়।
# ১৯৬৬ চনৰ আজিৰ দিনটোতে মানৱবিহীন মহাকাশযান ‘‘অৰবিটাৰ-১’’ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল।
# ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চম বাৰ্ষিক পৰিকল্পনা চুড়ান্তচূড়ান্ত ৰূপ পাইছিল।
 
==দিৱস==
# আজি [[উৰুগুৱে]]ৰ স্বাধীনতা দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৫_আগষ্ট"ৰ পৰা অনা হৈছে