২৯ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ঘটনাৰাজী: Deleted content about Arjun Bhogeswar Barua and Abhiruchi Krira Divas
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২৯ নৱেম্বৰ''' {{enwiki|29 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৩ তম ([[অধিবৰ্ষ]]ত ৩৩৪ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২ টা৩২টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক [[মামণি ৰয়ছম গোস্বামী]]এ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)
# বিশিষ্ট শিল্পী [[ফ্ৰাচেংমুং বৰগোহাঁই]]ৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা [[ৰাজীৱ গান্ধী]]য়ে পদত্যাগ কৰে।
# চলচ্চিত্ৰ নিৰ্মাতা [[প্ৰমথেশ বৰুৱা]]ৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
# ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতেদিনটোতে।
# [[যুগোশ্লাভিয়া]]ত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৬১ চনত মাৰ্কিনআমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ [[পৃথিৱী]]ৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ ।প্ৰশিক্ষণ। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বাংলাদেশ]]ত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
# [[জাৰ্মানী]]ৰ লগত [[ৰাছিয়া]]ৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়হয়।
 
== বাহ্যিক সংযোগ ==