২৭ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২৭ ডিচেম্বৰ''' {{enwiki|27 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৬১ তম ([[অধিবৰ্ষ]]ত ৩৬২ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪ টা৪টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# ১৮৩১ চনৰ আজিৰ দিনটোত [[চাৰ্লছ ডাৰউইন|চাৰ্লছ ডাৰউইনে]] এইচ. এম. এছ. বিগল নামৰ জাহাজখনত উঠি নিজৰ বিশ্ব বিখ্যাত [[প্ৰশান্ত মহাসাগৰ]]ৰ যাত্ৰা আৰম্ভ কৰিছিলকৰিছিল।
# ১৯৪৫ চনৰ আজিৰ দিনটোত [[বিশ্ব বেঙ্ক]]ৰ প্ৰতিষ্ঠা হৈছিলহৈছিল।
#১৯১৭ চনত [[অসম সাহিত্য সভা]] প্ৰতিষ্ঠা হৈছিল৷হৈছিল।
 
===জন্ম===
# ১৫৭১ চনৰ আজিৰ দিনটোত প্ৰখ্যাত [[জাৰ্মান]] জ্যোতিৰ্বিদ [[জোহানচ কেপলাৰ]]ৰ জন্ম হৈছিলহৈছিল।
# [[ফ্ৰান্স]]ৰ [[জীৱ বিজ্ঞান|জীৱ বিজ্ঞানী]] [[লুইচ পেচিয়াৰ]]ৰ ১৮২২ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
#১৭৯৭ চনৰ আজিৰ দিনটোত কবি [[মিৰ্জা গালিব]]ৰ জন্ম হৈছিল৷হৈছিল।
#১৯৬৫ চনৰ আজিৰ দিনটোত অভিনেতা [[ছলমান খান]]ৰ জন্ম হৈছিল৷হৈছিল।
 
===মৃত্যু===
# গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী [[প্ৰতিমা বৰুৱা পাণ্ডে]] ২০০২ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰিছিলকৰিছিল।
 
==দিৱস==