২৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৭৪৯ চনৰ আদিৰ দিনটোতে জাৰ্মান সাহিত্যিক [[যোহান উলফেগং ভন গ্যেট]]ৰ জন্ম হয়।
# ১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ এজন নৃত্যশিল্পী [[জিতুমণি কলিতা]]ৰ জন্ম হয়। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।
==মৃত্যু==
 
==অন্যান্য==
# ১৭৮৯ চনৰ আজিৰ দিনটোতে উইলিয়াম হাছেলৰ দ্বাৰা শনিৰ গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ আৱিষ্কাৰ হয়।
# ১৮৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাত দাস প্ৰথা বিলুপ্তি আইন গৃহীত হয়।
# ১৯৯০ চনৰ আজিৰ দিনটোতে কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
# ১৯০৪ চনৰ আজিৰ দিনটোতে কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
# ১৯১১ চনৰ আজিৰ দিনটোতে এলমাৰ এ স্পেৰিৰদ্বাৰা ‘জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
# ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এ. কে. সিনহাক মনোনীত কৰা হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৮_আগষ্ট"ৰ পৰা অনা হৈছে