২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
2 নং শাৰী:
 
==জন্ম==
# ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিকবৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল ।হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
# ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
# ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]দেৱৰ জন্ম হৈছিল
 
==মৃত্যু==
# ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয় ৷হয়।
# ১৯৮০ চনৰ এই দিনটোতে বাংলা বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়হয়।
 
==ইত্যাদি==
# ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা দেৱী সিং পাটিল]]-এ শপত গ্ৰহণ কৰে ।কৰে।
# এই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমণ মেগছেছ বঁটা]] ঘোষণা কৰা হয়।
# ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দ]] আৰু [[অৰুণা আছফ আলী]]লৈ (মৰণোত্তৰভাৱে ) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
# ১৯৮৫ বৰ্ষৰ এই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয় ৷হয়।
# ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বাৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয় ৷হয়।
# আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।
 
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে