২২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২২ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৫ তম ([[অধিবৰ্ষ]]ত ২৯৬ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০ টা৭০টা দিন বাকী থাকে৷থাকে।
==ঘটনাপঞ্জী==
*১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসন আৰম্ভ।
*১৭৬৪ - [[বক্সাৰ যুদ্ধ]] আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
*১৮৭৯ – ৰাৰ্বনাইজড সুত্ৰৰসূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
*১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা [[জেৰক্স মেচিন]] নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
*১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
*১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
* ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
*১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমনপৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
*১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়হয়।
*১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
*১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
*২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত মাৰ্কিনআমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
*২০০৩ - চনৰ আজিৰ দিনটোতে [[ফিফা]]ৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
*২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।
 
== জন্ম ==
*১৯৩৪ - [[ভৃগুমুনি কাগয়ুং]]; অসমীয়া সাহিত্যিক
*১৮৪৪ - [[ছাৰা বাৰ্নহাৰ্ট]]; ফৰাছীফৰাচী অভিনেত্ৰী
*১৮৭৩ - ৰাম তীৰ্থ; ভাৰতীয় দাৰ্শনিক
*১৯৭৫ - [[আনল্ড যোছেফ টয়নবিৰ]]; ইংৰাজ ইতিহাসবিদ
24 নং শাৰী:
== মৃত্যু ==
*১৯৫৮ - [[জীবনানন্দ দাস]], বাংলা কবি
*১৯৮২ - ৰিছাৰ্ড হ'গ, আমেৰিকান কবি, প্ৰৱন্ধলেখকপ্ৰবন্ধলেখক, আৰু শিক্ষক
*২০১৪ - [[অশোক কুমাৰ]], ভাৰতীয় চিত্ৰ পৰিচালক